কুকুৰা যুঁজৰ ছুৰীৰে এজনক হত্যা
বৰহাটৰপৰা সুৰেণ বুঢ়াগোঁহাই, সংবাদ ৩৬৫, ১৫ জানুৱাৰীঃ চৰাইদেউ জিলাৰ বৰহাট আৰক্ষী থানাৰ অন্তৰ্গত বৰহাট চাহ বাগিচাত কুকুৰা যুঁজস্থলীত মিন্তু দ্বীপ নামৰ এজন ব্যক্তিয়ে সন্তোষ সোনা নামৰ এজন যুৱকক কুকুৰা যুঁজত জয়ী পৰাজয়ী হোৱাক লৈ ব্যক্তিগত মতানক্যৰ বাবে সোমবাৰে দিনৰ প্ৰায় ১১ …