ৰাজ্যজুৰি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ
গুৱাহাটী, ২৮ নৱেম্বৰঃ আমচাং অভয়াৰণ্যত সোমবাৰৰ পৰা ৰাজ্য চৰকাৰে আৰম্ভ কৰা উচ্ছেদ অভিযান আৰু কৃষ মুক্তি সংগ্ৰাম সমিতিত নেতা ক্ৰমে বেদান্ত লস্কৰ, ধৈয্য কোঁৱৰক ষড়যন্ত্ৰৰে অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যজুৰি আজি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে প্ৰতিবাদী কার্যসুচি গ্ৰহণ …