বৈকুন্ঠপুৰীলৈ পৰিণত বৰভেঁটি, ২৫০ সংখ্যক ন লগোৱা উৎসৱ উদযাপন

যোৰহাটৰপৰা যুতিকা মহন্ত, ২৬ নৱেম্বৰ: যোৰহাট জিলাৰ পশ্চিম দিশৰ মালৌপথাৰ স্থিত ঐতিহাসিক ক্ষেত্র বৰভেঁটিৰ ২৫০ সংখ্যক ন লগোৱা উৎসৱত আজি শদিয়াৰ পৰা ধুবুৰীলৈকে পাঁচ লক্ষাধিক ভক্তৰ সমাগমে ঐতিহাসিক বৰভেঁটিক পৰিণত কৰিলে পুণ্যতীৰ্থলৈ। উল্লেখ্য যে, মালৌপথাৰৰ ঐতিহাসিক বৰভেঁটি সমগ্ৰ অসমৰ মায়ামৰা সম্প্ৰদায়ৰ তথা …

কাকডোঙাত কংগ্ৰেছৰ দলীয় সভা, দুশৰো অধিক কংগ্ৰেছ কৰ্মীৰ বাইক ৰেলী  

দেৰগাঁও, ২৬ নৱেম্বৰ: দেৰগাঁও বিধান সভা সমষ্টিৰ দক্ষিণ-পূব কাকডোঙাৰ গাঁও পঞ্চায়ত ভৱন বেজগাঁৱত অলপতে কংগ্ৰেছ দলৰ শতাধিক কংগ্ৰেছ কৰ্মী উপস্থিতিত এখন ৰাজহুৱা সভা অনুষ্ঠিত হয়। ৰাজহুৱা সভা অনুষ্ঠিত হোৱা আগতে প্ৰায় দুশৰো অধিক দলীয় যুৱ কংগ্ৰেছ কৰ্মীয়ে বাইকে ৰেলীয়ে ম’হবন্ধা …

মহানগৰীত হোটেলৰ বন্ধ কোঠাত যুৱকক আক্ৰমণ

ৰঙিয়া, ২৬ নৱেম্বৰঃ গুৱাহাটী মহানগৰীত এক চাঞ্চ্যল্যকৰ ঘটনা সংঘটিত হৈছে। মহানগৰীৰ পল্টন বজাৰত হোটেলৰ বন্ধ কোঠাত দুই পাঞ্জাৱী যুৱকক নৃশংস আক্ৰমণ কৰি দুৰ্বৃত্তই লুটি নিলে নগদ ৩২ হাজাৰ টকা, ৩০০ কানাডিয়ান ডলাৰ, ডিএছএলআৰ কেমেৰা, মোবাইল ফোনকে ধৰি সকলোবোৰ সামগ্রী। মহানগৰী …

অৰুনাচলৰ ডায়ুং থানাৰ আৰক্ষীৰ জিম্মাত অসমৰ যুৱকৰ মৃত্যু৷

ডিগবৈৰ পৰা বিজয় সূত্ৰধাৰ, ২৫ নৱেম্বৰঃ তিনিচুকীয়া জিলাৰ অসম অৰুণাচল প্ৰদেশ সীমান্তবৰ্তী ডায়ুং থানাত আৰক্ষীৰ জিম্মাত অসমৰ এজন যুৱকৰ মৃত্যুক কেন্দ্ৰ কৰি বৰডুমচাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে৷ অৰুনাচল প্ৰদেশৰ ডায়ুং আৰক্ষী থানাত কিছুদিন পূৰ্বে এখন মটৰ চাইকেল চুৰিৰ সন্দৰ্ভত এক …

কাকডোঙাত সাংসদ গৌৰৱ গগৈয়ে শুভাৰাম্ভ কৰিলে পকী পথৰ কাম

দেৰগাঁও, ২৫ নৱেম্বৰ: দেৰগাঁও বিধান সভা সমষ্টিৰ অন্তগৰ্ত দক্ষিণ পূব কাকডোঙা গাঁও পঞ্চায়ত এলেকাৰ, চাবুকধৰা আলিৰ পৰা কুকুৰাপহীয়া, পহুছোৱা পৰা মহিমা চোমনি সংযোগী গড়কাপ্তনি পথ দুটি আজি প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত, পকীকৰণৰ কাম দেৰগাঁও বিধান সভা সমষ্টিৰ বিধায়ক ভৱেন …

আকৌ হিমন্তৰ ভুল: টুইটাৰত খুজিলে ক্ষমা

নিউজ ডেস্ক, ২৫ নৱেম্বৰ: যোৱা কিছুদিন ধৰি ৰাজ্যৰ লগতে সমগ্ৰ দেশত অসমৰ শিক্ষা আৰু স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ‘কেন্সাৰ পাপৰ ফল’ বুলি কৰা মন্তব্যই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাত সংবাদ মাধ্যমত প্ৰেছ বিবৃত্তি প্ৰেৰণ কৰি ক্ষমা খুজিবলৈ বাধ্য হোৱাৰ পিছত পুনৰ মন্ত্ৰীগৰাকীয়ে …

টেমছ নদী প্ৰদূষণমুক্ত কৰাত ব্যস্ত অসমৰ ধ্রুৱজ্যোতি

ধেমাজি, ২৫ নৱেম্বৰ:   লণ্ডণত টেমছ নদীৰ প্লাষ্টিকৰ বিৰুদ্ধে অভিযান চলাইছে ধেমাজিৰ ধ্ৰুৱ বৰুৱাই৷ নিজৰ প্ৰচেষ্টাত বাঁহেৰে তৈয়াৰ কৰি লোৱা চাইকেল এখনে টেমছৰ বুকুত জমা হোৱা প্লাষ্টিকৰ আৱৰ্জনা চফা কৰাৰ লগতে প্লাষ্টিক ৰোধৰ চেষ্টা অব্যাহত ৰাখিছে ধ্ৰুৱ বৰুৱাই। যাৰ বাবে বিবিচি …

অসম আৰক্ষীৰ মাফিয়াৰাজ,  গুৰুলা গুৰুলকৈ প্ৰহাৰ দিব্যাংগক

সোণাৰি, ২৫ নৱেম্বৰ: ৰাইজক সুৰক্ষা প্ৰদান কৰি অহা অসম আৰক্ষীৰ গুণ্ডাৰাজ৷  চৰাইদেউ জিলাৰ চফ্ৰাই আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া পুষ্প কমল বৰুৱাই এইবাৰ দিব্যাংগ লোকৰ ওপৰত আৰম্ভ কৰিলে চুড়ান্ত গুণ্ডাৰাজ৷ সামান্য কথাতে এইজন আৰক্ষী বিষয়াই চফ্ৰাই মোহন গাঁৱৰ নিবাসী দিব্যাংগ যুৱক …

বিউটী এণ্ড ৱেলনেছ ছেক্টৰ স্কিল কাউন্সিলে গুৱাহাটীত আয়োজন কৰিব নিয়োগ মেলাৰ

গুৱাহাটী, ২৫ নৱেম্বৰ: বিউটী এণ্ড ৱেলনেছ ছেক্টৰ স্কিল কাউন্সিলে ২৮ নৱেম্বৰত গুৱাহাটীৰ লিলি হােটেলত এক নিয়োগ মেলাৰ আয়োজন কৰিছে বিশেষভাৱে সৌন্দৰ্য আৰু ৱেলনেছ পেছাদাৰীসকৰ বাবে৷ য’ত অভিজ্ঞসকলৰ সমান্তৰালভাৱে নবিনসকলেও অংশগ্রহণ কৰিব পাৰিব। অঞ্চলটোত কাউন্সিলে আয়োজন কৰা নিয়োগ মেলা হৈছে এই …

৮৮ৰ বানত ভঙা এখন দলংৰ ৩০ বছৰীয়া পুনৰ নিৰ্মাণৰ অপেক্ষা

সোণতলী, ২৫ নৱেম্বৰঃ ৰাজ্যত এনে বহু পথ আৰু দলং আছে যিবোৰ এবাৰ ভঙাৰ পিছত পুনৰবাৰ আৰু নিৰ্মাণৰ হোৱা দেখিবলৈ পোৱা নাযায়। তেনে এক দলং আছে বাকো সমষ্টিৰ অন্তৰ্গত সোণতলীৰ ছমাৰীয়াৰ পৰা মৰাকলহীৰ মালিবাৰীলৈ যোৱা গড়কাপ্তানী পথৰ ওপৰত। ১৯৮৮ চনত ৰাজ্যত …