ৰঙিয়াত ট্ৰাক চালকৰ তাণ্ডৱ
ৰঙিয়া, ২৫ নৱেম্বৰঃ ৰঙিয়াৰ নুৰুদ্দিন পথত শুক্ৰবাৰে নিশা উদণ্ড ট্ৰাক চালকে চলালে তাণ্ডৱ। দ্ৰুতবেগী এএছ-০১-জি-৫৩১২ নম্বৰৰ ট্ৰাকখনে এফালৰ পৰা মহতিয়াই লৈ যায় বিদ্যুৎতৰ খুটা। বিদ্যুৎ পৰিবাহিত খুটা এফালৰ মহতীয়াই নিয়াত চৰ্ত চাৰ্কিট হৈ অগ্নিকাণ্ডৰ সৃষ্টি হয় আৰু অঞ্চলটোৰ ৰাইজ আতংকিত …