দুৰ্বৃত্তৰ আক্ৰমনত গুৰুতৰভাৱে আহত সোণতলীৰ এজন ব্যৱসায়ী
সোণতলী, ১৫ নৱেম্বৰ: দক্ষিণ কামৰূপৰ সোণতলীত নিশা প্ৰায় ১০.৩০ বজাত এজন ব্যৱসায়ী ঘৰলৈ উভতাৰ পথৰ দুৰ্বৃত্তৰ আক্ৰমনত গুৰুতৰভাৱে আহত হোৱা ঘটনাক কেন্দ্ৰ কৰি বৃহত্তৰ সোণতলী অঞ্চলত তীব্ৰ চাঞ্চল্যকৰ পৰিৱেশে বিৰাজ কৰিছে৷ সোণতলী আৰক্ষী চকীৰ অন্তৰ্গত শেলেসুঁতি গাঁৱৰ মকবুল হুছেইনৰ ৩৫ …