সাম্প্ৰদায়িক মন্তব্য, পশ্চিম গোৱালপাৰা সমষ্টিৰ প্ৰাক্তন বিধায়ক শ্বেখ শ্বাহ আলমৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিলে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে
ডিগবৈৰ পৰা বিজয় সূত্ৰধৰ, ২৯ নৱেম্বৰ: গোৱালপাৰা জিলাৰ চুনাৰী হাইস্কুল খেলপথাৰত যোৱা ২৬ নৱেম্বৰত এন আৰ চি সন্দৰ্ভত অনুষ্ঠিত এ আই ইউ ডি এফ দলৰ এখন সজাগতা সভাত পশ্চিম গোৱালপাৰা সমষ্টিৰ প্ৰাক্তন বিধায়ক শ্বেখ শ্বেৰ আলমে কৰা উৎকত সাম্ৰদায়িক মন্তব্যই তীব্ৰ …