তিতাবৰ বনবিষয়াৰ কাৰ্যালয়ৰ সন্মুখত বনমন্ত্ৰী প্ৰমিলাৰাণীৰ প্ৰতিকৃতি দাহ
তিতাবৰ, নৱেম্বৰ ৮: তিতাবৰত দীৰ্ঘদিন ধৰি চলি আহিছে বন্যহস্তীৰ সন্ত্ৰাস যাৰ ফলত আজি ৰাজপথত ওলাই আহিল সদৌ অসম আদিবাসী মহিলা সন্থা৷ বিগত কিছুদিনৰ আগত তিতাবৰত বন্যহস্তীয়ে কেইবাটাও বাসগৃহ ভাঙি লণ্ড ভণ্ড কৰাৰ লগতে বিস্তৰ পৰিমাণৰ কৃষিভূমি নষ্ট কৰিছে৷ যাৰ ফলত সৰ্বসাধাৰণ …