কাজিৰঙাত দুৰ্ধৰ্ষ ডকাইত আটক
কাজিৰঙা, ২৮ ছেপ্টেম্বৰঃ কাজিৰঙাৰ বাগৰি আৰক্ষীয়ে অভিযান চলাই তিনি দুৰ্ধৰ্ষ ডকাইতক আটক কৰে। বাগৰি আৰক্ষী চকীৰ আৰক্ষী বিষয়া বিৰাজ মোহন ডেকাৰ নেতৃত্বত যোৱা এটা দলে কুঠৰিৰ হাৰমতীৰ পৰা ডকাইট কেইটাক আটক কৰে। ডকাইট কেইটাক ক্ৰমে হাৰমতীৰ আমিৰ হুছেইন, নবীৰ হুছেইন আৰু ইমৰাজোল …