সোণাৰিত মহিলাৰ কৰ্কট ৰোগৰ সজাগতা শিবিৰ
চৰাইদেউ, নৱেম্বৰ ৫: উত্তৰ-পূৱ স্ত্ৰী আৰু প্ৰসূতি ৰোগ বিশেষজ্ঞসকলৰ ২৮ সংখ্যক বাৰ্ষিক অভিৱৰ্তনৰ আয়োজক সমিতিৰ উদ্যোগত সোণাৰি লায়ন্স ক্লাৱৰ সৌজন্যত তথা সোণাৰি লেখিকা সন্থা আৰু সোণাৰি মহিলা সমিতিৰ সহযোগত- মহিলাৰ কৰ্কট ৰোগৰ সজাগতা শিবিৰ আয়োজন কৰা হয়। এই সজাগতা সোণাৰি ৰাজহুৱা …