পুনৰ হেকাৰৰ কবলত ভাৰতীয় ষ্টেট বেংকৰ গ্ৰাহকৰ একাউণ্ট
ৰঙিয়া, নৱেম্বৰ ২: ৰঙিয়াত সংঘটিত হৈছে একাউণ্ট হেক কৰি টকা লুট কৰি নিয়া ঘটনা৷ ৰঙিয়া হেকাৰৰ কবলত পৰিছে ভাৰতীয় ষ্টেট বেংকৰ বহু কেইজন গ্ৰাহকৰ একাউণ্ট৷ কিছুদিন পূৰ্বে কোনো দুষ্ট চক্ৰই একাউণ্ট হেক কৰি লাখ লাখ টকা সৰকাই নিয়াৰ পিছত পুনৰ …