তিতাবৰত আবকাৰীৰ অভিযানঃ বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা জব্দ
তিতাবৰ, ১৮ছেপ্টেম্বৰঃ তিতাবৰ আবকাৰী বিভাগে নিশা অভিযান চলাই মৰিয়নিৰ নিউ সোনোৱালৰ পৰা বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা জব্দ কৰে প্ৰাপ্ত তথ্য মতে, তিতাবৰ আবকাৰী উপ পৰিদৰ্শক দুলাল চন্দ্ৰ বৰাৰ নেতৃত্বত যোৱা এটা দলে অভিযান চলাই মৰিয়নিৰ নিউ সোনোৱালৰ বলু দাস নামৰ …