সোণতলীত শিশুৰ সলিল সমাধি
সোণতলী, ১৯ অক্টোবৰঃ দক্ষিণ কামৰূপৰ সোণতলীৰ শেলেসুঁতিত এটা শিশুৰ পানীত পৰি মৃত্যু হোৱাত অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। প্ৰাপ্ত তথ্য মতে, মাহতলীৰ জাকিৰ হুছেইনৰ আঢ়ৈ বছৰীয়া পুত্ৰ আমিনুল ইছলামে মাকৰ সৈতে শেলেসুঁতিৰ আইতাকৰ ঘৰত ফুৰিবলৈ আহি পানীত পৰি ম়ত্যু হয়৷ আমিনুলে সমনীয়াৰ …