গুৱাহাটীৰ পৰা ভাৰা কৰি নিয়া গাড়ী লৈ পলায়ন ভাৰাতীয়াৰঃ কথমপি প্ৰাণ ৰক্ষা চালকৰ
শিমলুগুৰি, ২ অক্টোবৰঃ গুৱাহাটীৰ পৰা দুজন ব্যক্তিয়ে এখন চুইফট ডিজায়াৰ ভাড়া কৰি আনি শিৱসাগৰত চালকক প্ৰাণে মৰাৰ চেষ্টা কৰি গাড়ী লৈ পলায়ন ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। প্ৰাপ্ত তথ্য মতে, যোৱাকালি গুৱাহাটী ৰাজধানী মছজিদৰ ষ্টেণ্ডৰ পৰা যোৰহাটলৈ বুলি দুজন ব্যক্তিয়ে এএছ০১ বিকিউ ৩৫৮৮ নম্বৰৰ চুইফট খন ভাড়া কৰি আনে। শিৱসাগৰৰ …