কলগাছিয়াত স্বচ্ছ ভাৰত বিষয়ক আলোচনা চক্ৰ
কলগাছিয়া, ২৬ ছেপ্টেম্বৰঃ ভাৰত চৰকাৰৰ স্বচ্ছতা হি সেৱা কাৰ্যক্ৰমৰ অংশ হিচাপে বৰপেটাৰ কলগাছিয়াৰ নেহৰু যুৱ কেন্দ্ৰৰ সৌজন্যত আৰু কলগাছিয়াৰ হেল্পলাইন ফাউণ্ডেচনৰ উদ্যোগত কেআইকে মে’মৰিয়েল হাই মাদ্ৰাছা প্ৰাঙ্গণত স্বচ্ছ ভাৰত অভিযানৰ ওপৰত এখন আলোচনা চক্ৰ অনুষ্ঠিত হয়। আলোচনা চক্ৰত মুখ্য আলোচক হিচাপে …