যোৰহাটত সাংবাদিকৰ প্ৰতিবাদী সমদল
যোৰহাট, ২৫ ছেপ্টেম্বৰঃ কৰ্ণাটকৰ সাংবাদিক গৌৰী লংকেশ্বৰ হত্যাকাণ্ডৰ প্ৰতিক্ৰিয়া মাৰ নৌ যাওঁতেই ত্ৰিপুৰাত সাংবাদিক শান্তনু ভৌমিকক বিগত সপ্তাহত কৰ্মৰত অৱস্থাত আৰু শেষতীয়াকৈ পঞ্জাৱৰ মোহালীত জ্যেষ্ঠ সাংবাদিক কে জে সিং আৰু তেওঁৰ মাতৃক অচিনাক্ত দুস্কৃতিকাৰীয়ে ঘৰৰ ভিতৰতে হত্যা কৰা ঘটনাই সমগ্ৰ দেশজুৰি …