তিতাবৰৰ যান-বাহন আৰক্ষী দিগন্ত গগৈৰ মৃত্যুত শোক স্থানীয় লোকৰ
তিতাবৰ, ২৮ ছেপ্টেম্বৰঃ তিতাবৰৰ যান-বাহন আৰক্ষীৰ দিগন্ত গগৈৰ কৰুণ মৃত্যুৱে সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পেলাইছে। প্ৰাপ্ত তথ্য মতে, দিগন্ত গগৈয়ে ২৪ ছেপ্টেম্বৰত ডিউটি শেষ কৰি বাসগৃহলৈ যোৱা সময়ত তিতাবৰ যোৰহাট সংযোগী ন আলি ঢেকীয়াজলিত এক পথ দুৰ্ঘটনাত গুৰুতৰ ভাবে আহত হয়। গগৈক …