মন্দিয়া আৰ্দশ চিকিৎসালয়ত নিশা মমৰ পোহৰত চলে ৰোগীৰ চিকিৎসা
বাঘবৰ ৭ আগষ্টঃ বাঘবৰত মমৰ পোহৰেৰে চলিছে চিকিৎসালয়৷ নিশা বিদ্যুত নথকাত মমৰ পোহৰেৰে ৰোগীক চিকিৎসা সেৱা আগবঢ়াবলগীয়া হৈছে চিকিৎসকে৷ প্ৰাপ্ত তথ্য মতে, বাঘবৰৰ একমাত্ৰ মন্দিয়া আদৰ্শ চিকিৎসালয়ৰ অৱস্থা অতি পুতৌজনক৷ নিশা চিকিৎসালয়লৈ ৰোগী আহে যদিও বিদ্যুত নথকাত ৰোগীৰ আত্মীয়ই কিনি দিয়া মমেৰে …