সৰভোগৰ ভুলুকাডোৱাত পথ দুৰ্ঘটনাঃ নিহত-২, আহত-১
কলগাছিয়া ৬ চেপ্তেম্বৰঃ বৰপেটাৰ অন্তৰ্গত সৰভোগৰ ভুলুকাডোবাত পুৱা এক ভয়াৱহ পথ দুৰ্ঘটনা সংঘটিত হয়। প্ৰাপ্ত তথ্য মতে, ভুলুকাডোবাৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত প্ৰাতঃভ্ৰমণত যোৱা তিনি গৰাকী মহিলাক তীব্ৰ বেগী ট্ৰাক পিছোফালৰ পৰা মহতিয়াই লিয়ে৷ ট্ৰাকৰ খুন্দাত নিৰূবালা দাস নামৰ মহিলাগৰাকী …