Birubala Rabha : গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰিলে বিৰুবালা ৰাভাই

গুৱাহাটী, ১৩ মে’, ২০২৪ : গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত (GMCH) শেষ নিশ্বাস ত্যাগ কৰিলে বিৰুবালা ৰাভাই। সোমবাৰে পুৱা ৯.২৩ বজাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ আই চি ইউত শেষ নিশ্বাস ত্যাগ কৰে অসমৰ অন্ধবিশ্বাস বিৰোধী সমাজকর্মী পদ্মশ্ৰী বিৰুবালা ৰাভাই। দীর্ঘদিন ধৰি …

NF Railway : ডিব্ৰুগড়-ছেকেন্দ্ৰাবাদৰ মাজত বিশেষ ৰে’লৰ চলাচলৰ সময়সীমা বৃদ্ধি

নিউজ ডেস্ক, ১৩ মে, ২০২৪ : ডিব্ৰুগড়-ছেকেন্দ্ৰাবাদৰ মাজত বিশেষ ৰে’লৰ (Special Rail) চলাচলৰ সময়সীমা বৃদ্ধি। নিউ জলপাইগুড়ী আৰু হাওড়াৰ মাজত আন এখন চুপাৰফাষ্ট বিশেষ ৰে’ল। যাত্ৰীসকলৰ অতিৰিক্ত ভিৰ নিয়ন্ত্ৰণ কৰাৰ অৰ্থে, বিশেষ ৰে’ল নং. ০৭০৪৬/০৭০৪৭ (ছেকেন্দ্ৰাবাদ-ডিব্ৰুগড়-ছেকেন্দ্ৰাবাদ)ৰ সেৱা অব্যাহত ৰখাৰ বাবে …

Assamese Movie : অসমীয়া ছবি ‘জিয়া’ৰ হাউচফুল প্ৰিমিয়াৰ, শক্তিশালী কাহিনীত মন্ত্ৰমুগ্ধ দৰ্শক

গুৱাহাটী, ১২ মে’, ২০২৪: ১২ মে’ত গুৱাহাটীৰ বেলতলাৰ মেট্ৰিক্স চিনেমাত অসংখ্য ছবিপ্ৰেমী দৰ্শকৰ উপস্থিতিত সম্পন্ন হয় শৰ্মিষ্ঠা চক্ৰৱৰ্তীৰ প্ৰযোজনা আৰু সুপৰিচিত পৰিচালক কেনি বসুমতাৰীৰ পৰিচালনাৰে নিৰ্মিত নতুন অসমীয়া বোলছবি ‘জিয়া’ৰ (Jiya) প্ৰিমিয়াৰ। ছবিখনৰ মনোমহা বিষয়বস্তু আৰু উপস্থাপনশৈলীয়ে প্ৰিমিয়াৰত উপস্থিত থকা …

Artificial Limbs : গুৱাহাটীত অনুষ্ঠিত নাৰায়ণ সেৱা সংস্থাৰ প্ৰথমটো কৃত্ৰিম অংগ শিৱিৰ

গুৱাহাটী, ১২ মে’, ২০২৪ :  চৰকাৰ আৰু সমাজে একেলগে বিশেষভাৱে সক্ষম লোকসকলক শাৰীৰিক, সামাজিক, অৰ্থনৈতিক আৰু বৌদ্ধিকভাৱে সবলীকৰণৰ দায়িত্ব ল’ব লাগে। দেওবাৰে বিশেষভাৱে সক্ষম লোকসকলৰ সেৱাৰ বাবে বিনামূলীয়াকৈ আয়োজন কৰা নাৰায়ণ কৃত্ৰিম অংগ পৰিমাপণ শিৱিৰত মুখ্য অতিথি হিচাপে উপস্থিত থাকি …

Assamese Film : কাঁন চলচ্চিত্ৰ মহোৎসৱ ২০২৪ ত প্ৰদৰ্শিত হ’ব অসমত নিৰ্মিত হিন্দী বোলছবি ‘কুকি’

গুৱাহাটী, ১১ মে’, ২০২৪ : মুক্তিলাভৰ পূৰ্বেই প্ৰতিষ্ঠিত কাঁন চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শনৰ বাবে আমন্ত্ৰণ লাভ কৰিছে অসমত নিৰ্মিত হিন্দী ভাষাৰ ছবি ‘কুকি’য়ে (Kooki)। অহা ২৮ জুনত সমগ্ৰ দেশৰ ছবিগৃহত আনুষ্ঠানিকভাৱে মুক্তি লাভৰ পূৰ্বে ছবিখনে কাঁন চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শনৰ বাবে আমন্ত্ৰণ …

War Against Drugs : কাছাৰ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত দুটাকৈ বৃহৎ সফল্য

কাছাৰ, ১১ মে’, ২০২৪ : ড্ৰাগছৰ বিৰুদ্ধে কাছাৰ আৰক্ষীৰ ধাৰাবাহিক অভিযান অব্যাহত আছে। ড্ৰাগছ বিৰোধী অভিযান চলাই কাছাৰ আৰক্ষীয়ে লাভ কৰিছে দুটাকৈ বৃহৎ সাফল্য। পৃথকে পৃথকে দুটা ড্ৰাগছ বিৰোধী অভিযান চলাই কাছাৰ আৰক্ষীয়ে জব্দ কৰিছে বুজন পৰিমাণৰ ড্ৰাগছ (Drugs Seized)। …

Arvind Kejriwal : অৰবিন্দ কেজৰিৱালৰ বাবে উচ্চতম ন্যায়ালয়ৰ পৰা আহিল ভাল খবৰ

নিউজ ডেস্ক, ১০ মে’, ২০২৪ : অৱশেষত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ বাবে উচ্চতম ন্যায়ালয়ৰ পৰা আহিল ভাল খবৰ। তিহাৰৰ জেলৰ (Tihar Jail) পৰা ওলাই অহাৰ পথ মুকলি হৈছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ। অৱশ্যে ২ জুনত আদালতত পুনৰ আত্মসমৰ্পণ কৰিব লাগিব …

Jewellery : কুশল’ছ ফেশ্বন জুৱেলাৰীয়ে গুৱাহাটীত প্ৰথমখন বিপনী মুকলি কৰিলে 

গুৱাহাটী, ৯ মে’, ২০২৪ : ভাৰতৰ আগশাৰীৰ ফেশ্বন আৰু ৰূপ জুৱেলাৰী ব্ৰেণ্ড কুশল’ছে (Jewellery Brand Kushal) অসমৰ গুৱাহাটীত ইয়াৰ প্ৰথমখন বিশাল বিপনী মুকলিৰ কথা ঘোষণা কৰে। অসমীয়া চলচ্চিত্ৰ জগতৰ জনপ্ৰিয় অভিনেত্ৰী বৰষা ৰাণী বিষয়াৰ উপস্থিতিত, আকৰ্ষণীয় এই অনন্য অনুষ্ঠানটোৱে ব্ৰেণ্ডটোৰ …

Aam Admi Party : আম আদমি পাৰ্টীৰ প্ৰতিবাদী কাৰ্যসূচীত যোগদান ৰোগীৰ আত্মীয়ৰ

গুৱাহাটী, ৯ মে’, ২০২৪ : গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত আম আদমি পাৰ্টীৰ প্ৰতিবাদী কাৰ্যসূচী। ঔষধৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে আম আদমি পাৰ্টীৰ উত্তাল প্ৰতিবাদ (Aap Protest)। আম আদমি পাৰ্টীৰ এই প্ৰতিবাদী কাৰ্যসূচীত যোগদান কৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ থকা ৰোগীৰ …

Artificial Limbs : ১২ মে’ত গুৱাহাটীত অনুষ্ঠিত হ’ব নাৰায়ণ সেৱা সংস্থাৰ প্ৰথমটো মডিউলাৰ আৰ্টিফিছিয়েল লিম্ব কেম্প

গুৱাহাটী, ৯ মে, ২০২৪ : প্ৰথমবাৰৰ বাবে গুৱাহাটীত বিশেষভাৱে সক্ষম লোকসকলৰ বাবে এক কৃত্ৰিম অংগ শিৱিৰ অনুষ্ঠিত কৰিবলৈ ওলাইছে ৰাষ্ট্ৰীয় বঁটাপ্ৰাপক ৰাজস্থানৰ উদয়পুৰৰ সুপৰিচিত বেচৰকাৰী সংস্থা নাৰায়ণ সেৱা সংস্থাই (Narayan Seva Santha)। ‘দিব্যাংগসকলৰ কল্যাণৰ বাবে বিনামূলীয়া কৃত্ৰিম অংগ শিৱিৰ’ অহা …