জনতাৰ প্ৰতিবাদত শিৰনত প্ৰশাসনৰ

মানকাচাৰ, ৩ জুনঃ দক্ষিণ শালমাৰা মানকাচাৰ জিলাৰ জনতাৰ প্ৰতিবাদত শিৰনত কৰিবলৈ বাধ্য হ’ল চৰকাৰ তথা জিলা প্ৰশাসন৷ জনতাৰ উত্তাল প্ৰতিবাদত অৱশেষত জিলাখনৰ উপায়ুক্তত কৰুণা কুমাৰীক বদলি কৰিবলৈ বাধ্য হয় চৰকাৰ তথা জিলা প্ৰশাসন৷ উল্লেখ্য যে, দক্ষিণ শালমাৰা মানকাচাৰত কৰুণা কুমাৰীয়ে উপায়ুক্তৰ দায়িত্ব …

দৰিদ্ৰতা মেধাৰ প্ৰাচীৰ হ’ব নোৱাৰে

নলবাৰী, ৩ জুনঃ থাকিবলৈ নিজৰ মাটি-ভেটি নাই। আনৰ ঘৰত বাস কৰে পিতৃ-মাতৃৰ লগত। শাৰীৰিক ভাৱে বাধাগ্ৰস্ত পিতৃ। এখন সাধাৰণ চাহ দোকান চলাই পিতৃ-মাতৃক পোহপাল দিয়াৰ লগতে নিজে শিক্ষাগ্ৰহণ কৰি উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছে নলবাৰীৰ বৰমুৰিকোণাৰ …

পৃথক বড়োলেণ্ডৰ দাবীত ৰৌতাত প্ৰতিবাদ

ওদালগুৰি, ৩ জুনঃ পৃথক বডোলেণ্ডৰ দাবীত ওদালগুৰিৰ ৰৌতাত এবছু, এনডিএফবি আৰু পিজেএচিবিএমৰ নেতৃত্বত বিশাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয়৷ ৰাজ্যখনৰ ভিন্ন প্ৰান্তৰ পৰা অহা কেইবা শতাধিক বড়ো জনতাই এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে। প্ৰতিবাদকাৰীসকলে পৃথক বড়োলেণ্ড শীঘ্ৰে গঠন কৰাৰ দাবীত …

ভগৱানৰ শৰণাপন্ন চল্লিশ গাঁৱৰ মহিলাৰ

ৰঙিয়া, ৩ জুনঃ ভূটানত প্ৰৱল বৃষ্টিপাত হোৱাৰ ফলত হুৰাহুৰে বাঢ়িছে বৰলীয়া আৰু পুঠিমাৰী নদীৰ জলপৃষ্ট। ৰঙিয়াৰ দক্ষিণ বৰদলত বাঢ়নী পানীয়ে বাঁহৰ দলং উটুৱাই নিয়াৰ পাছত এইবাৰ ৰঙিয়াৰ দ্বাৰকুছি লাচিতত উটুৱাই নিলে দুখনকৈ দলং। ৰাইজে গাঁঠিৰ ধন ভাঙি নিৰ্মাণ কৰা বাঁহৰ …

উৎকোচ নিদিয়াৰ কাৰণে তেলডিপুত চৰকাৰী বিষয়াৰ ছীল

মানিকপুৰ, ৩ জুনঃ উৎকোচ দিয়া আৰু উৎকোচ লোৱা দুয়োটাই অপৰাধ, কিন্তু বৰ্তমান এই নিয়ম নাই৷ এতিয়া চৰকাৰী বিষয়াই অবৈধভাবে দাবী কৰা ধন নিদিয়াটোহে অপৰাধ। এনে এক ঘটনা সংঘটিত হৈছে বঙাইগাওঁ জিলাৰ নিকটৱৰ্ত্তী ভাণ্ডাৰাত । বঙাইগাঁও জিলাৰ মানিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত …

পৰীক্ষা নিদিয়াকৈয়ে পালে ৯৪

নলবাৰী, ২ জুনঃ উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে ঘোষনা কৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত ব্যাপক বিসংগতি হোৱা পৰিলক্ষিত হৈছে৷ কটন কলেজৰ বিজ্ঞান শাখাৰ নৱম স্থান প্ৰাপ্ত নলবাৰীৰ পকোৱা গাঁৱৰ অৰ্ণৱে দিয়া নাছিল গণিত বিষয়ৰ পৰীক্ষা। ৪৭৩ নম্বৰেৰে নৱম স্থান দখল …

চেকনীবাৰীত চুৰি গাড়ী উদ্ধাৰ

ক্ষেত্ৰী, ২ জুনঃ চেকনীবাৰী ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ক্ষেত্ৰী আৰক্ষীয়ে পুৱতি নিশা এখন চুৰি গাড়ী উদ্ধাৰ কৰে৷ আৰক্ষী সূত্ৰে জানিব পৰা মতে, এছ-০১ ইচি-৬১০৫ নম্বৰৰ চুইফ ডিজায়াৰখন দুবৃৰ্ত্তৰ দলে বৰ্ণীহাটৰ ১৭ মাইলৰ পৰা চুৰি কৰিছিল৷ এজন লোকে গুৱাহাটীৰ পৰা শ্বিলংলৈ গাড়ীখন …

অনশনকাৰীক আৰক্ষীৰ ভাবুকি

দক্ষিণ শালমাৰা মানকাচাৰ, ২ জুনঃ দক্ষিণ শালমাৰা মানকাচাৰ জিলাৰ উপায়ুক্ত কৰুণা কুমাৰীক বদলিৰ দাবীত ১৯ টাকৈ সংগঠনে স্থানীয় লোকৰ সহযোগত অব্যাহত ৰাখিছে আমৰণ অনশন। বিগত বিগত পাঁচ দিন ধৰি প্ৰায় তিনি শতাধিক লোকে জিলা উপায়ুক্তৰ বিৰুদ্ধে বিভিন্ন শ্ল’গান দি জিলাৰ …

পৃথিৱী-২ৰ সফল উক্ষেপন

অনলাইন ডেস্ক সংবাদ ৩৬৫, ২ জুনঃ ভাৰতবৰ্ষত নিৰ্মিত তথা পৰমাণু অস্ত্ৰ কঢ়িয়াবলৈ সক্ষম পৃথিৱী-২ৰ উৰিষ্যাৰ পৰীক্ষণ কেন্দ্ৰত সফল উক্ষেপন কৰা হয়৷ পুৱা ৯.৫০ বজাত উৰিষ্যাৰ সমীপৰ চান্দীপুৰ পৰীক্ষণ কেন্দ্ৰৰ পৰিসৰ তিনিৰ পৰা মোবাইল লাঞ্চাৰ যোগে পৃথিৱী-২ মিছাইলটোৰ উক্ষেপণ কৰা হয়৷ ইয়াৰ …

কেৰিয়াৰঃ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পিছত শিক্ষানুষ্ঠানৰ বাচনি

মাত্ৰ তিনিটা দিনৰ পূৰ্বে ঘোষিত হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল৷ উত্তীৰ্ণ ছাত্র-ছাত্রীসকলৰ লগতে অভিভাৱকসকলৰ মাজত বিভিন্ন বিষয়ক নামভৰ্ত্তিক লৈ উৎকন্ঠাময় পৰিবেশৰ সৃষ্টি হৈছে৷ ছাত্র-ছাত্রীসকলে উচ্চতৰ মাধ্যমিকৰ কলা, বিজ্ঞান নে বাণিজ্য শাখাত নামভর্তি কৰিব নতুবা বৃত্তিমুখী শিক্ষা গ্রহণ কৰিব, সেইটো সিদ্ধান্ত …