অসম উড়িয়া মহাসভাৰ অভিনন্দন অনুষ্ঠান
বৰহাট, ১ আগষ্টঃ চৰাইদেউৰ বৰহাট চাহ বাগিচাত ২০১৬-১৭ বৰ্ষৰ উচ্চ আৰু উচ্চত্বৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰী সকলক অসম উড়িয়া মহাসভাৰ অন্তৰ্গত বৰহাট বাগিচা আদৰ্শ উড়িয়া সমাজৰ উদ্যোগত বৰহাট প্ৰাথমিক বিদ্যালয়ত সম্বৰ্দ্ধনা জনোৱা হয়। ব্ৰজমোহন সোণাইৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত নাহৰপুখুৰী …