মাজুলীত আছুৰ অৱস্থান ধৰ্মঘট
মাজুলী, ২৬ মেঃ মাজুলী গড়মুৰ সদৰত যোৰহাট জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আৰু মাজুলী মহকুমা ছাত্ৰ সন্থাৰ সহযোগত গণ অৱস্থান কাৰ্যসূচী ৰূপায়ন কৰা হয়৷ মাজুলী যোৰহাট সংযোগী দলং নিৰ্মাণক লৈ আছুৰ আঞ্চলিক সমিতিয়ে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে৷ প্ৰতিবাদকাৰীসকলে মাজুলী যোৰহাট …