মাজুলীত ভুৱা চহীৰে জৱকাৰ্ড শ্ৰমিকৰ টকা আত্মসাৎ
মাজুলী, ২২ মেঃ মুখ্যমন্ত্ৰী সমষ্টি মাজুলীৰ গাঁও পঞ্চায়তসমূহত এনৰেগা আঁচনিৰ নামত চলিছে ব্যাপক লুণ্ঠন। জৱকাৰ্ড শ্ৰমিকসকলক অন্ধকাৰত ৰাখি পঞ্চায়ত সমূহৰ একাংশ দুৰ্নীতিগ্ৰস্ত সভাপতি, ৱাৰ্ড মেম্বাৰ আৰু চু এচ পিয়ে আত্মসাৎ কৰিছে উন্নয়নৰ পুঁজিৰ। শেহতিয়াকৈ মাজুলী দক্ষিনপাট গাঁও পঞ্চায়তত সংঘটিত হৈছে …