ৰাজ্যৰ বান পৰিস্থিতিত উদ্বিগ্ন কেন্দ্রীয় চৰকাৰ
ৰাজ্যৰ বানাগ্ৰস্তক সহায় আগবঢ়োৱাৰ বাবে প্রধানমন্ত্রীৰ ড’নাৰ মন্ত্ৰালয়ক দায়িত্ব গুৱাহাটী, ১৩ জুলাইঃ ৰাজ্যখনৰ সম্প্রতিক জটিল বান পৰিস্থিতি সন্দৰ্ভত কেন্দ্রীয় চৰকাৰে উদ্বিগ্নতা প্ৰকাশ কৰিছে। প্রধান মন্ত্রী নৰেন্দ্ৰ মোডীয়ে ৰাজ্যখনৰ বান সমস্যাৰ ওপৰত যথেষ্ট গুৰুত্ব প্রদান কৰিছে। প্রধানমন্ত্রী নৰেন্দ্ৰ মোডীয়ে ড’নাৰ মন্ত্রণালয়ক …