ৰঙিয়া পথ দুৰ্ঘটনাত গৰ্ভৱতী মহিলা মৃত্যু
ৰঙিয়া, ১৬ এপ্ৰিলঃ ৰঙিয়াৰ বালাগাঁৱত আজি সংঘটিত এক ভয়াৱহ পথ দুৰ্ঘটনাত এগৰাকী গৰ্ভৱতী মহিলাই কৰুণ মৃত্যুক সাৱতি লোৱাৰ লগতে এটি শিশু গুৰুতৰ ভাবে আহত হয়৷ মৃত মহিলাগৰাকী ৰঙিয়াৰ ইছলামপুৰৰ মৰ্জিনা বেগম (২২) আৰু শিশুটো মহিলাগৰাকীৰ সন্তান ৰফিকা বেগম (৩) বুলি …