অক্টোবৰত আহিব পবিতৰালৈ

পবিতৰা, ১৫ মেঃ এশিঙীয়া গঁড়ৰ বাবে বিখ্যাত পবিতৰা অভয়াৰণ্যলৈ আহি পৰ্যটকে এতিয়া গঁড় চাব নোৱাৰিব৷ পৰ্যটকে পবিতৰাত গঁড় চাবলৈ আহিব লাগিব অক্টোবৰ মাহত৷ হাতীৰ পিঠিত উঠি অথবা জীপ-চাফাৰী কৰি পবিতৰাৰ মনোমোহা পৰিবেশ উপভোগৰ পৰা বঞ্চিত হ’ব পৰ্যটক, কাৰণ আজিৰ পৰা …

সংঘ শিক্ষা বৰ্গৰ সামৰণি

হোজাই, ১৫ মেঃ হোজাই গীতাশ্ৰমত আৰ এছ এছৰ উত্তৰ পূৱ প্ৰান্তৰ ২০ দিনীয়া প্ৰশিক্ষণ শিবিৰ সামৰণি অনুষ্ঠান বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হয়৷ আৰ এছ এছ ৰ উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ ক্ষেত্ৰ হোজাই গীতাশ্ৰমত ২৪ এপ্ৰিলৰ পৰা এই প্ৰশিক্ষণ আৰম্ভ হৈছিল। প্ৰশিক্ষণৰ সামৰণি …

মুছলমান মহিলাক পূজা কৰা মন্দিৰ

গুজৰাট, ১৫ মেঃ ধৰ্মৰ নামত ৰাজনীতি, ধৰ্মৰ নামত বিভাজন, ধৰ্মৰ নামত সংঘটিত ঘটনা দেখিবলৈ পোৱা যায় যদিও ধৰ্মতকৈও ওপৰত থকা মানৱতা আৰু ভাতৃত্ববোধ হেৰাই যোৱা নাই মানৱ সমাজৰ পৰা। মানৱতাবোধ, ভাতৃত্ববোধ আৰু হিন্দু-মুছলমানৰ মিলা-প্ৰীতিৰ  প্ৰতীক হিচাপে থিয় আছে গুজৰাটৰ এটা মন্দিৰ।  গুজৰাটৰ …

মুখ্যমন্ত্রীয়ে উদ্বোধন কৰিলে ৱাটাৰ এ টি এম

দিছপুৰ, ১৪ মে’ : মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে আজি ডিব্ৰুগড়ত কদমনি পানী যোগান আঁচনি প্রাঙ্গণত ডিব্ৰুগড় জিলা প্রশাসন আৰু কদমনি খোৱা পানী যোগান আঁচনি পৰিচালনা সমিতিৰ দ্বাৰা সংস্থাপিত আৰ ও যুক্ত ৱাটাৰ এ টি এম আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে। উল্লেখ্য যে …

ৰহাত বাঁহৰ দলংঙেৰে বিপদ সংকুল যাত্ৰা

কামপুৰৰ পৰা জয়দীপ লস্কৰৰ সংবাদ : স্বাধীনতাৰ ৭০ বছৰৰ পাছতো চৰকাৰৰ কোনো উন্নয়ন মূলক আচঁনিৰে স্পর্শ নকৰা ৰহা সমষ্টিৰ এটা অঞ্চল। চৰকাৰ তথা জনপ্ৰতিনিধিৰ প্ৰতাৰনাৰ বাবেই আজি পৰ্যন্ত এখন টুলুঙা নাৱৰে বিপদ সংকুল ভাৱে বছৰ বছৰ ধৰি যাতায়ত অৱ্যাহত ৰাখিছে …

অসামাজিক কাৰ্যকলাপ ৰোধ কৰাৰ প্ৰচেষ্টাৰে হাউলীৰ বৰবালাত সজাগতা সভা

বৰপেটা, ১৪ মে’ : বৰপেটা জিলাৰ হাউলী থানাৰ অন্তৰ্গত বৰবালা ছোৱালী এম ই মাদ্ৰাছা প্ৰেক্ষাগৃহত জাৰাবাৰী, পুটলাৰটাৰী, বৰবালা, বেতবাৰী, কালঝাৰ, কুজাৰপীঠ, ইটাৰভিটা গাওঁৰক্ষী বাহিনীৰ যৌথ উদ্দ্যোগত বৰ্তমান দেশৰ সমাজ ব্যৱস্থাৰ ওপৰত বিশেষকৈ হত্যা- হিংসা, লুণ্ঠন, বাল্য-বিবাহ, শিশু শ্ৰমিক, মদ-জুৱা ইত্যাদি …

কোকৰাঝাৰৰ নায়েকগাঁও বনাঞ্চল পৰিদৰ্শন বন মন্ত্ৰী প্ৰমীলাৰ

কোকৰাঝাৰ, ১৪ মে’ : ৰাজ্যৰ বন মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মৰ গৃহ জিলাত লাগি থকা তথা কোকৰাঝাৰ চহৰৰ ১২ কিলোমিটাৰ নিলগত অৱস্থিত নায়েকগাঁও বনাঞ্চল আজি মন্ত্ৰীগৰাকীয়ে পৰিদৰ্শন কৰে । নায়েকগাঁও বন সংমণ্ডলৰ অন্তৰ্গত উক্ত বনাঞ্চলত থকা প্ৰকাণ্ড – প্ৰকাণ্ড শাল গছসমূহ …

হিমন্ত বিশ্ব শৰ্মাক তুলা-ধূনা একালৰ সতীৰ্থ বিধায়ক আব্দুল খালেকৰ

কলগাছিয়া, ১৪ মে’ : জনীয়া সমষ্টিৰ প্ৰাণকেন্দ্ৰ স্বৰূপ কলগাছিয়াৰ ৰাজীৱ ভৱনত আজি কংগ্ৰেছ বিধায়িনী দলৰ মূখপাত্ৰ তথা জনীয়াৰ বিধায়ক আব্দুল খালেকে সংবাদ মেল পাতি চৰকাৰৰ কৃষি বিভাগৰ অমনোযোগিতা আৰু অৱহেলাৰ বাবেই ইৰি ধানৰ পৰিৱৰ্তে পতান ওলাইছে বুলি অভিযোগ কৰি কৃষি …

ৰঙিয়াত পুনৰ ধন লুট

ৰঙিয়া, ১৩ মে’ : ৰঙিয়াত ক্ৰমাগত ভাবে বদ্ধি পাব ধৰিছে ধন লুটৰ দৰে ঘটনা৷ ৰঙিয়া ষ্টেচনত সংঘটিত এক চাঞ্চল্যকৰ চুৰি ঘটনাই তীব্ৰ আলোড়নৰ সৃষ্টি কৰিছে৷ এইবাৰ দুৰ্বৃত্তৰ চিকাৰ হ’ল ৰেল যাত্ৰী৷ ৰঙিয়াৰ পৰা ৰেলযোগে বিহাৰৰ কিষাণগঞ্জলৈ যোৱা এহাল দম্পত্তিৰ পৰা …

দুষ্পাপ্য হগ বেডগাৰ উদ্ধাৰ

হাফলং, ১৩ মেঃ হাফলং শাখা আৰক্ষী চকীৰ অন্তৰ্গত হাবিত এটা হগ বেডগাৰ উদ্ধাৰ হয়৷ হাবিৰ ওচৰৰ গাওঁবাসীয়ে হাবিখনত চাফাই অভিযান চলোৱা সময়ত এই মুগাবৰণীয়া হগ বেডগাৰটো উদ্ধাৰ কৰে৷ গাওঁবাসীয়ে দুষ্পাপ্য হগ বেডগাৰটো স্থানীয় বন বিভাগক চমজাই দিয়ে৷ উল্লেখ্য যে, হগ …