এজন শিক্ষকেৰে চলিছে চৰাঞ্চলত বিদ্যালয়
বিলাসীপাৰা, ৩ মে : ধুবুৰী জিলাৰ বিলাসীপাৰা খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ অধীনস্থ গ্ৰাম্য এলেকাত প্ৰাথমিক আৰু মজলীয়া বিদ্যালয়ত শিক্ষকৰ অভাৱত পাঠদান ব্যাহত হৈ পৰিছে। নায়েৰ আলগা, বয়জেৰ আলগা, মায়াৰ চৰ আদি এলেকাত কিছুমান বিদ্যালয়ত ছাত্ৰ-ছাত্ৰী অধিক যদিও শিক্ষক মাত্ৰ এজন৷ উল্লেখ্য যে, …