আস্থা ৰেলত তীর্থযাত্ৰীৰ মৃত্যু
সংবাদ ৩৬৫ ডেস্ক, ১৭ মেঃ অসমৰ পৰা আস্থা ৰেল যোগে তীৰ্থযাত্ৰালৈ যোৱা অসমৰ তীৰ্থযাত্ৰী উত্তৰ প্ৰদেশত উৎকট গৰমৰ ফলত মৃত্যুৰ মুখত পৰিছে৷ গৰমৰ প্ৰকোম সহিব নোৱাৰি ৰেলৰ দবাতে মৃত্যুক সাৱটিলে মহানগৰীৰ পাণ্ডু, উত্তৰ গুৱাহাটী আৰু বাইহাটাৰ তিনিজনকৈ তীৰ্থযাত্ৰীয়ে৷ আস্থা ৰেলখনে …