HSLC : হাইস্কুল শিক্ষান্ত পৰীক্ষাত চৰকাৰী বিদ্যালয়ৰ শোচনীয় ফলাফলকলৈ আপৰ ক্ষোভ
গুৱাহাটী, ২৩ এপ্ৰিল, ২০২৪ : হাইস্কুল শিক্ষান্ত পৰীক্ষাত চৰকাৰী বিদ্যালয়ৰ শোচনীয় ফলাফলকলৈ আপৰ (AAP) ক্ষোভ। স্থানপ্ৰাপ্তৰ তালিকাত ব্যক্তিগতখণ্ডৰ বিদ্যালয়ৰ সাফল্যই ৰাজ্য চৰকাৰৰ ব্যৰ্থতাৰ প্ৰমাণ বুলি মন্তব্য আম আদমি পাৰ্টী অসমৰ ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰীৰ। শণিবাৰে ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ …