নলবাৰীত কংগ্ৰেছৰ নতুন সভাপতিক আদৰণি
নলবাৰী, ৮ মেঃ নলবাৰীৰ নৱ-নিৰ্বাচিত সভাপতি দিগন্ত বৰ্মনে জিলা ৰাজীৱ ভৱনত দলীয় কাৰ্যভাৰ গ্ৰহণ কৰে৷ প্ৰাক্তন সভাপতি কান্ত দাসৰ সভাপতিত্বত অনুষ্ঠিত এখন সভাত কংগ্ৰেছ কৰ্মীসকলে নৱ-নিৰ্বাচিত সভাপতি দিগন্ত বৰ্মনক আদৰণি জনায়৷ দিগন্ত বৰ্মনে নতুন সভাপতি হিচাপে দ্বায়িত্ব ভাৰ গ্ৰহণ কৰি কৰ্মীসকলৰ সহযোগত …