পঞ্চায়তৰ দুৰ্নীতিত তদন্তকাৰী বিষয়াৰে গোপন বুজা-বুজি
হাজো, ৭ মেঃ কামৰূপৰ হাজো উন্নয়ন খণ্ডৰ প্ৰতিটো পঞ্চায়ততে ব্যাপক দুৰ্নীতি সংঘটিত হৈ থকা তথ্য পোহৰলৈ অহাৰ পিছতো দুৰ্নীতিগ্ৰস্ত বিষয়া কৰ্মচাৰীৰ তথা পঞ্চায়ত প্ৰতিনিধিৰ বিৰুদ্ধে প্ৰশাসনে বিহিত ব্যৱস্থা গ্ৰহণ নকৰাত অঞ্চলজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ তদন্তৰ নামত একাংশ বিষয়াই লুন্ঠন …