পুলিচৰ মদ খালে নিগনিয়ে
বিহাৰ, ৫ মেঃ নিগনিয়ে চাউল, দালি, আটা, মাংস, শাক-পাঁচলি লগতে আৰু বহু বস্তু খায়৷ কিন্তু এইবাৰ নিগনিয়ে খালে মদ, তাকো পুলিচৰ মদ৷ আচৰিত হৈছে নেকি? মদৰ পৰিমাণ জানিলে আপুনি আৰু আচৰিত হ’ব৷ পৰিমাণ এবটল দুবটল নহয়, পৰিমাণ হ’ল ৯ লাখ …
বিহাৰ, ৫ মেঃ নিগনিয়ে চাউল, দালি, আটা, মাংস, শাক-পাঁচলি লগতে আৰু বহু বস্তু খায়৷ কিন্তু এইবাৰ নিগনিয়ে খালে মদ, তাকো পুলিচৰ মদ৷ আচৰিত হৈছে নেকি? মদৰ পৰিমাণ জানিলে আপুনি আৰু আচৰিত হ’ব৷ পৰিমাণ এবটল দুবটল নহয়, পৰিমাণ হ’ল ৯ লাখ …
দুৰাৰোগ্য কেন্সাৰক পৰাস্ত কৰি নিজৰ দ্বিতীয় ইনিংছ আৰম্ভ কৰিবলৈ ছবি জগতলৈ ঘূৰি আহিছে ইলু ইলু গাৰ্ল মনীষা কৈৰালা৷ ‘ডিয়াৰ মায়া’ নামৰ হিন্দী ছবিখনেৰে মনীষাই আৰম্ভ কৰিব দ্বিতীয় ইনিংছ৷ ১৯৯১ চনত মুক্তি পোৱা সুভাষ ঘাইৰ সৌদাগৰ নামৰ ছবিখনেৰে হিন্দী ছবি জগতত …
দিল্লী, ৫ মেঃ সমগ্ৰ দেশজুৰি তীব্ৰ আলোড়নৰ সৃষ্টি কৰা দিল্লী ৰাজপথত নিশা গণধৰ্ষণৰ বলি হৈ মৃত্যুক আকোঁৱালি লোৱা যুৱতীগৰাকীৰ অভিযুক্ত চাৰিজনক দিল্লী উচ্চতম ন্যায়ালয়ে মৃত্যুদণ্ডৰ আদেশ বাহাল ৰাখে৷ দিল্লী উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ দীপক মিশ্ৰা, আৰ ভানুমতী আৰু অশোক ভূষনে অভিযুক্ত …
হাফলং, ৫ মেঃ ৰাজ্যৰ শিক্ষা বিভাগৰ নিদেৰ্শনাক বৃদ্ধাগুষ্ঠ দেখুৱাই শিক্ষাৰ্থীৰ ভৱিষ্যতক লৈ হেঁতালি খেলিবলৈও কুন্ঠাবোধ কৰা নাই হাফলংৰ এখন বিদ্যালয়ৰ পৰিচালনা কমিটিয়ে৷ হাফলংৰ জি চি লাংঠাচা হাইস্কুলৰ স্থায়ী বিদ্যালয় ভৱনটো প্ৰাকৃতিক দুৰ্যোগৰ কাৰণে বেয়া হোৱাত চৰকাৰী নিৰ্দেশ হিচাপে হাফলং চৰকাৰী …
ৰঙিয়া, ৫ মেঃ ৰঙিয়াৰ বাছ আস্থানত পুৱতি নিশা ভয়ানক অগ্নিকাণ্ড সংঘটিত হয়৷ বাছ আস্থানটোৰ জোতা- চেণ্ডেল আৰু ষ্টেচনাৰী দোকানসহ ৩ খন দোকান জ্বলি ভস্মীভূত হয়৷ অগ্নিকাণ্ডত লক্ষাধিক টকাৰ সা-সম্পত্তি ধ্বংস হয়৷ পুৱা পথাচাৰীয়ে দোকানকেইখনত জুই লগা প্ৰত্যক্ষ কৰি অগ্নি নিৰ্বাপক বাহিনীক …
ৰঙিয়া, ৫ মেঃ প্ৰশাসনৰ কটকটীয়া নিৰাপত্তাৰ মাজতো ৰাজ্যত ক্ৰমাগতভাবে বৃদ্ধি পাব ধৰিছে মানৱ সৰবৰাহকাৰী চক্ৰ৷ সমগ্ৰ দেশতে ৰেল যোগাযোগৰ ব্যৱস্হা সবাতোতকৈ সুচল আৰু সহজলভ্য হোৱাত ৰেলৰ জৰিয়তে নাৰী সৰবৰাহৰ ঘটনা অধিক বৃদ্ধি পাব ধৰিছে৷ ৰেলৱে আৰক্ষীয়ে এনে দুষ্কাৰ্য্য ৰোধৰ কাৰণে …
সোণতলী, ৫ মেঃ দক্ষিণ কামৰূপৰ গৰৈমাৰী উন্নয়ন খণ্ডত বিভিন্ন উন্নয়নমূলক কামৰ ক্ষেত্ৰত সংঘটিত হোৱা দুৰ্নীতিৰ বিৰুদ্ধে গুৱাহাটীৰ দুৰ্নীতি নিৰীক্ষণ আৰু নিৰ্বাৰণ শাখাই গৰৈমাৰীৰ বিভিন্ন অঞ্চলত ছাডেন ভিজিট কৰে ৷ গৰৈমাৰী উন্নয়ন খণ্ডত বিভিন্ন সময়ত উত্থাপিত দুৰ্নীতিৰ বিৰুদ্ধে স্বেচ্চাসেৱী সংগঠন …
গুৱাহাটী, ৫ মেঃ ত্ৰিপুৰাৰ সুন্দৰী এক্সপ্ৰেছত গুৱাহাটীলৈ আহিল ৬ কোটি টকা মূল্যৰ সোণ। গুৱাহাটী ৰেল ষ্টেচনত ৬ কোটিৰ সোণ চাবলৈ লাগিল ভিৰ। ২০ কেজি ওজনৰ বৃহৎ পৰিমাণৰ সোণখিনি লৈ আহিছিল এগৰাকী মহিলাসহ চাৰিজন লোকে। বৰাকৰ বদৰপুৰৰ পৰা এই বৃহৎ পৰিমাণৰ …
বৰপেটা, ৪ মেঃ বৰপেটা আৰক্ষী থানাৰ অন্তৰ্গত শিমলাগুৰিত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ বৃহৎ পৰিমানৰ গাঞ্জা সহ এজন সৰবৰাহকাৰীক আটক কৰে বৰপেটা আৰক্ষীয়ে৷ বৰপেটা আৰক্ষীয়ে এছএছবিৰ সহযোগত এক গোপন সূত্রৰ পম খেদি চলোৱা অভিযানত উদ্ধাৰ হয় গাঞ্জাখিনি৷ ঘটনাৰ বিৱৰনী মতে ওদালগুৰীৰ …
বিলাসীপাৰা, ৪ মেঃ ধুবুৰী নহয় সমগ্র অসমতে অভিনৱ কৌশলেৰে চলিছে থলুৱা মাছৰ নিধন যজ্ঞ৷ মৎস আইনক ভেঙুচালি কৰি এচাম লোকে আঠুৱা জালেৰে, কম পাহিৰ ফাঁচী জালেৰে কণীযুক্ত মাছৰ নিধন কাৰ্য অব্যাহত ৰখাৰ লগতে খাল-বিল, জলাশয় আদিত বিহ প্ৰয়োগ কৰিও এনে …