Rongali : বৈচিত্ৰ্যপূৰ্ণ খাদ্যসম্ভাৰৰ সৈতে ৰঙালীৰ ৰং বিলাবলৈ সাজু হৈছে ৰেডিছন ব্লু

গুৱাহাটী, ১০ এপ্ৰিল, ২০২৪ : উছাহৰ উৎসৱ ৰঙালী বিহুক (Rongali Bihu) আদৰিবলৈ সমগ্ৰ ৰাজ্যখন সাজু হৈ উঠাৰ সময়তেই নিজৰ বিভিন্ন ৰেষ্টুৰেণ্টত সন্মানীয় অতিথিসকলৰ বাবে বৈচিত্ৰ্যপূৰ্ণ খাদ্যসম্ভাৰ আগবঢ়াবলৈ যো-জা কৰিছে ৰেডিছন ব্লু গুৱাহাটীয়ে।ৰঙালী বিহু ব্ৰাঞ্চ: ১৪ এপ্ৰিলত কেফে বি ইউয়ে পৰম্পৰাগত …

NF Railway : উত্তৰ পূব সীমান্ত ৰে’লৱেৰ দ্বাৰা ২০২৩-২৪ বিত্তীয় বৰ্ষত ট্ৰেক নৱীকৰণ কাৰ্যৰ লক্ষ্য অতিক্ৰম 

নিউজ ডেস্ক, ৯ এপ্ৰিল, ২০২৪ : ৰে’লপথসমূহৰ সঠিক অৱস্থাত ৰক্ষণাবেক্ষণ আৰু ৰে’ল যাত্ৰী (Railway Passenger) আৰু অংশীদাৰসকলক সুৰক্ষিত পৰিবহন আৰু আৰামদায়ক যাত্ৰা প্ৰদান কৰাৰ অৰ্থে, চলিত সুৰক্ষা কাৰ্য পৰিকল্পনা আৰু নিৰ্মাণ কাৰ্যৰ অংশ হিচাপে ২০২৩-২৪ বিত্তীয় বৰ্ষত উত্তৰ পূব সীমান্ত …

War Against Drugs : ৰঙিয়াত এখন বাহনৰ পৰা জব্দ বুজন পৰিমাণৰ ড্ৰাগছ

ৰঙিয়া, ৮ এপ্ৰিল, ২০২৪ : এছ টি এফ বাহিনীৰ আন এক বৃহৎ সাফল্য। জব্দ কৰিলে বুজন পৰিমাণৰ ড্ৰাগছ (Drugs Seized)। আটক পশ্চিম বংগৰ দুজন ড্ৰাগছ সৰবৰাহকাৰীৰ লগতে অসমৰ এজন ড্ৰাগছ সৰবৰাহকাৰী। এখন বাহনত অতি কৌশলেৰে লুকুৱাই আনিছিল ড্ৰাগছখিনি। মণিপুৰৰ পৰা …

Music Therapy : মিউজিক থেৰাপিষ্ট অনুভূতি কাকতি গোস্বামীয়ে প্ৰথমবাৰলৈ গুৱাহাটীত আয়োজন কৰিছে কল্যাণ কাৰ্যসূচী আৰু প্ৰমাণিকৰণ সংগীত চিকিৎসা কৰ্মশালা ‘মেল’ডিক মাইণ্ডছ’

গুৱাহাটী, ৭ এপ্ৰিল, ২০২৪ : মিউজিক থেৰাপিষ্ট অনুভূতি কাকতি (Anubhuti Kakaty) গোস্বামীয়ে প্ৰথমবাৰলৈ গুৱাহাটীত আয়োজন কৰিছে কল্যাণ কাৰ্যসূচী আৰু প্ৰমাণিকৰণ সংগীত চিকিৎসা কৰ্মশালা ‘মেল’ডিক মাইণ্ডছ’। এক অনন্য অনুষ্ঠান, য’ত অংশগ্ৰহণকাৰীসকলে বাদ্যযন্ত্ৰৰ সৈতে হাতে-কামে পোনপটীয়া অভিজ্ঞতা আৰু বিশেষজ্ঞৰ সৈতে বাৰ্তালাপৰ সুযোগ …

Shillong : আঠ এপ্ৰিলৰ পৰা শ্বিলঙত ডি এছ চি প্ৰতিভা সন্ধানী ফুটবল প্ৰতিযোগিতা

নিউজ ডেস্ক, ৬ এপ্ৰিল, ২০২৪ : ১৭ বছৰ অনুৰ্ধ ৰাষ্ট্ৰীয় ফুটবল (National Football) প্ৰতিযোগিতা ড্ৰিম স্প’ৰ্টছ চেম্পিয়নশ্বিপ (ডি এছ চি)ৰ শ্বিলং লীগৰ খেলসমুহ অহা আঠ এপ্ৰিলৰ পৰা শ্বিলঙত আৰম্ভ হ’ব৷ উল্লেখ্য যে ড্ৰিম স্প’ৰ্টছ ফাউণ্ডেশ্যনৰ উদ্যোগত আৰু অল ইণ্ডিয়া ফুটবল …

Arvind Kejriwal : অৰবিন্দ কেজৰিৱালৰ সুস্বাস্থ্যৰ বাবে সমূহীয়া উপবাস তথা অনশন কৰিব আম আদমি পাৰ্টীয়ে

গুৱাহাটী, ৫ এপ্ৰিল, ২০২৪ : অৰবিন্দ কেজৰিৱালৰ সুস্বাস্থ্যৰ বাবে সমূহীয়া উপবাস তথা অনশন কৰিব আম আদমি পাৰ্টীয়ে (Aam Admi Party)। ৭ এপ্ৰিলত দেশৰ লগতে সমগ্ৰ অসমতো হ’ব সমূহীয়া উপবাস। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে একনায়কত্ববাদ চলাই থকাৰ অভিযোগ উত্থাপন কৰি ইয়াৰ বিৰুদ্ধেও …

STF : এছ ৰি এফ বাহিনীয়ে জব্দ কৰিলে ২১০ কোটি টকা মূল্যৰ ড্ৰাগছ

শিলচৰ, ৫ এপ্ৰিল, ২০২৪ : ড্ৰাগছ বিৰোধী অভিযানৰ আন এক বৃহৎ সাফল্য। এছ টি এফ বাহিনীৰ অভিযানত ২১০ কোটিতকৈও অধিক মূল্যৰ ড্ৰাগছ জব্দ (Drugs Seized)। আটক এজন ড্ৰাগছ সৰবৰাহকাৰী। এখন বাহনত অতি কৌশলেৰে লুকুৱাই আনিছিল বুজন পৰিমাণৰ হে’ৰইন। ধৃত ড্ৰাগছ …

BJP : বিজেপিৰ কৰ্মীৰ প্ৰতি পুতৌ প্ৰকাশ সদ্যকাৰামুক্ত আপৰ নেতা সঞ্জয় সিঙৰ

নিউজ ডেস্ক, ৪ এপ্ৰিল, ২০২৪ : বিজেপিৰ কৰ্মীৰ প্ৰতি পুতৌ প্ৰকাশ সদ্যকাৰামুক্ত আপৰ নেতা সঞ্জয় সিঙৰ (Sanjay Singh)। সাৰদা-লুইজ বাৰ্জাৰ কেলেংকাৰীৰ বিৰুদ্ধে বিজেপি কৰ্মীয়ে আন্দোলন কৰি থাকোতেই মোদীয়ে আঁকোৱালি ল’লে হিমন্ত বিশ্ব শৰ্মাক বুলি মন্তব্য সঞ্জয় সিঙৰ। বিৰোধী নেতাক বিনা …

Yoga : যোগ আৰু প্ৰাকৃতিক চিকিৎসাৰ বৈজ্ঞানিক দৃষ্টিভংগীৰ সম্পৰ্কে গুৱাহাটীত ৰাজ্যিক কৰ্মশালা সম্পন্ন

গুৱাহাটী, ৪ এপ্ৰিল, ২০২৪ : শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰচিটি অৱ হেল্থ চাইন্সৰ স্বীকৃতিপ্ৰাপ্ত ভাৰতীয় যোগ সংস্কৃতি আৰু যোগ চিকিৎসা (Yoga Treatment) কেন্দ্ৰৰ উদ্যোগত অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ সহযোগত মহানগৰৰ মালিগাঁৱত অৱস্থিত পূৰ্বাঞ্চল যোগতীৰ্থ কেন্দ্ৰত তিনিদিনীয়া কাৰ্যসূচীৰে যোগ আৰু …

AAP : দিল্লীৰ তথাকথিত সুৰা কেলেংকাৰি বিজেপিৰ এটা ৰাজনৈতিক ষড়যন্ত্ৰৰ বাহিৰে একো নহয় : ডাঃ ভবেন চৌধুৰী

গুৱাহাটী, ৩ এপ্ৰিল, ২০২৪ : দিল্লীৰ তথাকথিত সুৰা কেলেংকাৰি বিজেপিৰ এটা ৰাজনৈতিক ষড়যন্ত্ৰৰ বাহিৰে একো নহয় বুলি মন্তব্য ডাঃ ভবেন চৌধুৰীৰ। বিজেপিয়ে যিমানেই ষড়যন্ত্ৰ নকৰক, তেওঁলোকে আপক কেতিয়াও নিঃশেষ কৰিব নোৱাৰে বুলি মন্তব্য আপ নেতা হেমন্ত ফুকনৰ। আপৰ ৰাজ্যসভাৰ সাংসদ …