Taiwan Earthquake : টাইবানত ৰিখটাৰ স্কেল ৭.৪ প্ৰাবল্যৰ ভূমিকম্পৰ ফলত বিস্তৰ ক্ষতি সাধন
নিউজ ডেস্ক, ৩ এপ্ৰিল, ২০২৪ :২৫ বছৰ পিছত পুনৰ এবাৰ টাইৱানত ভূমিকম্পৰ জোকাৰণি। ২৫ বছৰ পিছত টাইৱানত প্ৰবল ভূমিকম্পাৰ জোকাৰণিত বিস্তাৰ ক্ষতি সাধন। ৰিখটাৰ স্কেল ৭.৪ প্ৰাবল্যত (7.4 Magnitude Earthquake) হোৱা ভূমিকম্পৰ ফলত বহু অট্টালিক তাচ পাতৰ দৰে খহি পৰে। …