Sarbananda Sonowal : সৰ্বানন্দ সোণোৱালে কা’ৰ সন্দৰ্ভত অসমৰ জনতাৰ কণ্ঠ বন্ধ কৰিব বিচাৰিছে : আম আদমি পাৰ্টী

ডিব্ৰুগড়, ২৮ মাৰ্চ, ২০২৪ : ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালে বুধবাৰে নাগৰিকত্ব সংশোধনী আইনৰ সন্দৰ্ভত বিৰোধীয়ে বিভ্ৰান্তিৰ সৃষ্টি কৰিছে বুলি কৰা মন্তব্যক তীব্ৰ ভাষাৰে গৰিহণা দিছে আম আদমি পাৰ্টীয়ে (AAP)। বৃহস্পতিবাৰে আয়োজিত এক সংবাদমেলত আম আদমি পাৰ্টীৰ ৰাজ্যিক …

Pragjyotishpur University : প্ৰাগজ্যোতিষপুৰ বিশ্ববিদ্যালয়ৰ উদ্যোগত জগতগুৰু শ্ৰী শংকৰাচাৰ্যক লৈ ৰাষ্ট্ৰীয় আলোচনা চক্ৰ

গুৱাহাটী, ২৭ মাৰ্চ, ২০২৪ : ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰালয়ৰ অন্তৰ্গত ভাৰতীয় ভাষা সমিতিৰ সহযোগত প্ৰাগজ্যোতিষপুৰ বিশ্ববিদ্যালয়ে বুধবাৰে জগতগুৰু শ্ৰী শংকৰাচাৰ্যৰ (Shankaracharya) ওপৰত এখনি ৰাষ্ট্ৰীয় আলোচনা চক্ৰ সফলতাৰে আয়োজন কৰে। এই আলোচনা চক্ৰত সন্মানীয় পণ্ডিত, গৱেষক, আৰু উৎসাহী ব্যক্তিসকলে একত্ৰিত হৈ …

NF Railway : উত্তৰ পূব সীমান্ত ৰে’লৱেৰ দ্বাৰা ইয়াৰ চিগনেলিং পদ্ধতিৰ শক্তিশালীকৰণ

নিউজ ডেস্ক, ২৭ মাৰ্চ, ২০২৪ : উত্তৰ পূব সীমান্ত ৰে’লৱেই ৰে’লৰ যাত্ৰা (Rail Journey) অধিক নিৰাপদ আৰু সুৰক্ষিত কৰাৰ বাবে নিৰন্তৰ প্ৰচেষ্টা চলাই আহিছে। উত্তৰ পূব সীমান্ত ৰে’লৱে ইয়াৰ চিগনেলিং প্ৰণালী উন্নীতকৰণ আৰু ৰক্ষণাবেক্ষণৰ বাবে কাৰিকৰীভাৱে উন্নত ব্যৱস্থা গ্ৰহণ কৰি …

AAP: শোণিতপুৰ আৰু ডিব্ৰুগড়ত আপৰ প্ৰাৰ্থীৰ মনোনয়ন দাখিল

নিউজ ডেস্ক, ২৭ মাৰ্চ, ২০২৪ : শোণিতপুৰ আৰু ডিব্ৰুগড়ত আপৰ প্ৰাৰ্থীৰ (AAP Candidates) মনোনয়ন দাখিল। ডিব্ৰুগড়ৰত পাঁচ সহস্ৰাধিক সমৰ্থকেৰে মনোজ ধানোৱাৰৰ শক্তি প্ৰদৰ্শন। শোণিতপুৰতো বিশাল সমদল আপৰ প্ৰাৰ্থী ঋষিৰাজ কৌণ্ডিন্যৰ। প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণৰ বাবে মনোনয়ন দাখিলৰ অন্তিম দিনা শোণিতপুৰ …

Holi : ৰঙৰ উৎসৱ হোলীৰ দিনাই অসমলৈ আহিল আনন্দৰ খবৰ

গুৱাহাটী, ২৬ মাৰ্চ, ২০২৪ : ৰঙৰ উৎসৱ হোলীৰ দিনাই অসমলৈ আহিল আনন্দৰ খবৰটো৷ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ (IPL) প্ৰথম ছিজনৰ চেম্পিয়ন ৰাজস্থান ৰয়েলছে চলিত ১৭ সংখ্যক আই পি এলৰ দুখনকৈ মেচ এইবাৰ গুৱাহাটীত খেলিব৷ ৰাজস্থান ৰয়েলছে ইতিমধ্যে এই বিষয়ে আনুষ্ঠানিকভাৱে ঘোষণা …

Holi : ৰাজ্যজুৰি ৰঙৰ উৎসৱ ফাকুৱাকলৈ উখল মাখল পৰিৱেশ

গুৱাহাটী, ২৫ মাৰ্চ, ২০২৪ : বসন্ত ঋতুৰ আগমনৰ লগে লগে প্রকৃতিয়ে নতুন ৰূপ ধাৰন কৰে। বসন্তৰ কালত পালন কৰা উৎসৱ সমূহৰ ভিতৰত দৌল যাত্রা উৎসৱ অন্যতম। সমগ্ৰ দেশজুৰি ৰঙৰ উৎসৱ (Festival of Colours) ফাকুৱাকলৈ উখল মাখল পৰিৱেশ। দেশৰ অন্যান্য প্ৰান্তৰ …

North East Games : তৃতীয় উত্তৰ পূব ক্ৰীড়াত অসমৰ সৰ্বাধিক পদক

গুৱাহাটী, ২৪ মাৰ্চ, ২০২৪ : তৃতীয় উত্তৰ-পূব ক্ৰীড়াত যুৱ খেলুৱৈৰে গঠিত অসম দলৰ (Assam Team) চমকপ্ৰদ সফলতাৰ বাবে অসম অলিম্পিক সন্থাই সকলো খেলুৱৈ আৰু বিষয়াক শুভেচ্চা জনাইছে৷ অসম অলিম্পিক সন্থাৰ সম্পাদক লক্ষ্য কোঁৱৰে কয় যে এইবাৰৰ উত্তৰ পূব ক্ৰীড়াত যিসকল …

NF Railway : ১৬.৭ লাখ টকাৰ অধিক মূল্যৰ নিষিদ্ধ সামগ্ৰী উদ্ধাৰ : ১৭ জনক আটক

নিউজ ডেস্ক, ২৪ মাৰ্চ, ২০২৪ : উত্তৰ পূব সীমান্ত ৰে’লৱেৰ ৰে’লৱে সুৰক্ষা বাহিনীৰ দ্বাৰা ১৬.৭ লাখ টকাৰ অধিক মূল্যৰ নিষিদ্ধ সামগ্ৰী উদ্ধাৰ। নিষিদ্ধ সামগ্ৰীসহ ১৭ জনক আটক (Seventeen Arrested)। উত্তৰ পূব সীমান্ত ৰে’লৱেৰ ৰে’ল সুৰক্ষা বাহিনীয়ে ৰে’লৱেৰ জৰিয়তে নিষিদ্ধ সামগ্ৰীৰ …

Northeast : উত্তৰ-পূব বিদ্যালয় দবা প্ৰতিযোগিতাত খিতাপ অৰ্জন কাহিলীপাৰাৰ মডাৰ্ণ ইংলিছ স্কুলৰ ছাত্ৰ জগজিৎ সিন্হাৰ

গুৱাহাটী ২৪ মাৰ্চ, ২০২৪ : উত্তৰ-পূব বিদ্যালয় দবা প্ৰতিযোগিতাত খিতাপ অৰ্জন কাহিলীপাৰাৰ মডাৰ্ণ ইংলিছ স্কুলৰ (Modern English School) ছাত্ৰ জগজিৎ সিন্হাৰ। অসম জাতীয় বিদ্যালয়ত অনুষ্ঠিত হোৱা একাদশ ৰক্তাভ দত্ত চৌধুৰী সোঁৱৰণী উত্তৰ-পূব বিদ্যালয় দবা প্ৰতিযোগিতা, ২০২৪ ৰ উদ্বোধনী শাখাত সফলতা …

Apollo : এপ’ল’ প্ৰ’টন কেন্সাৰ চেণ্টাৰে প্ৰ’টন বিম থেৰাপীৰ বাবে আন্তঃৰাষ্ট্ৰীয় চিকিৎসকক প্ৰশিক্ষণ দিয়ে 

নিউজ ডেস্ক, ২৩ মাৰ্চ, ২০২৪ : দক্ষিণ এছিয়া আৰু মধ্যপ্ৰাচ্যৰ প্ৰথম আৰু সৰ্ববৃহৎ প্ৰ’টন থেৰাপি চেণ্টাৰ এপ’ল’ প্ৰ’টন কেন্সাৰ চেণ্টাৰ (APCC)য়ে বিশ্ব স্বাস্থ্যসেৱাত বৈপ্লৱিক পৰিৱৰ্তন আনিবলৈ সাজু হৈছে। প্ৰ’টন থেৰাপীৰ ক্ষেত্ৰত বিশ্বৰ আগশাৰীৰ প্ৰতিষ্ঠান বেলজিয়ামৰ আই বি এৰ সহযোগত এ …