কামৰূপ মহানগৰ নিৰ্বাচন জিলাৰ নিৰ্বাচন শুভংকৰ ‘কদমী’ আৰু ‘টোঁটোলা’ উন্মোচন

গুৱাহাটী, ৮ মাৰ্চ, ২০২৪ : কামৰূপ মহানগৰ নিৰ্বাচন জিলাৰ নিৰ্বাচন শুভংকৰ ‘কদমী’ আৰু ‘টোঁটোলা’ উন্মোচন। হাড়গিলা সংৰক্ষণৰ সফল প্ৰচেষ্টাৰ দৰে ভোটাৰে (Voters) ভোটদানেৰে ৰক্ষা কৰক গণতন্ত্ৰ। নাৰী দিৱসত হাড়গিলা আৰ্মীৰ মহিলালৈ জিলা প্ৰশাসনৰ অনন্য সন্মান। আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসত পূৰ্ণিমা দেৱী …

AAP, Assam : লাখপতি বাইদেউ নিৰ্বাচনী চমকৰ বাহিৰে একো নহয় : আম আদমি পাৰ্টী

গুৱাহাটী, ৮ মাৰ্চ, ২০২৪ : কেইগৰাকীমান মহিলাক লাখপতি কৰিয়েই মহিলা সবলীকৰণ কৰিব নেকি বিজেপি (BJP) চৰকাৰে প্ৰশ্ন আম আদমি পাৰ্টী, অসমৰ জ্যেষ্ঠ মুখপাত্ৰ অনুৰূপা ডেকাৰজাৰ। বিজেপি চৰকাৰ মহিলা বিৰোধী বুলি অভিযোগ কৰি কঠোৰ সমালোচনা আম আদমি পাৰ্টীৰ। লাখপতি বাইদেউ নিৰ্বাচনী …

Homes To Life : গুৱাহাটীত মুকলি ছিংগাপুৰৰ প্ৰিমিয়াৰ ফাৰ্ণিচাৰ কোম্পানী হোমছ টু লাইফৰ প্ৰথমখন বিপণী

গুৱাহাটী, ৮ মাৰ্চ, ২০২৪ : এতিয়া সৌন্দৰ্যৰ লগতে বাজেট অনুকুল আচবাব ক্ৰয় কৰি নিজৰ ঘৰখন আৰু অধিক ধুনীয়াকৈ সজাই তুলিব পাৰিব গুৱাহাটীবাসীয়ে। কিয়নো ঘৰুৱা আচবাবৰ বজাৰখনক এক নিৰ্ভৰযোগ্যতা প্ৰদান কৰি গুৱাহাটীত মুকলি কৰা হৈছে হোমছ টু লাইফৰ প্ৰথমখন বিপণী। উদ্বোধনীৰ …

Handloom Training : ৩০ গৰাকী শিল্পীক হস্ততাঁত শিল্পৰ বিশেষ প্ৰশিক্ষণ হিয়া হেৰিটেজ ৱৰ্ল্ড’ৰ

গুৱাহাটী, ৭ মাৰ্চ, ২০২৪ : হস্ততাঁত শিল্পৰ বিশেষ প্ৰশিক্ষণৰ জৰিয়তে গ্ৰামঞ্চলৰ শিল্পী সকলক অধিক আত্মনিৰ্ভৰশীল কৰাৰ প্ৰয়াস। এটা বেচৰকাৰী সংগঠনে এই ক্ষেত্ৰত লৈছে বিশেষ পদক্ষেপ। ৩০ গৰাকী লোকক হস্ততাঁত শিল্পৰ প্ৰশিক্ষণ হিয়া হেৰিটেজ ৱৰ্ল্ড নামৰ বেচৰকাৰী সংগঠনৰ। ৰাজ্যৰ হস্ততাঁত শিল্পৰ …

Tobacco : প্ৰধানমন্ত্ৰীলৈ শতাধিক মহিলাৰ ধঁপাত বিৰোধী শ্ল’গান প্ৰেৰণ

গুৱাহাটী, ৭ মাৰ্চ, ২০২৪ : আন্তৰ্জাতিক মহিলা দিৱসৰ (International Women’s Day) লগত সংগতি ৰাখি কনজিউমাৰ্চ লীগেল প্ৰটেকশ্যন ফৰামৰ উদ্যোগত বৃহস্পতিবাৰে গুৱাহাটীত এক সজাগতামূলক কৰ্মশালা আৰু শ্ল’গান প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। কনজিউমাৰ ভয়েছ-নতুন দিল্লী, জ্যোতিশিখা মহিলা সমন্বয় পৰিষদ, প্ৰতিশ্ৰুতি কেঞ্চাৰ এণ্ড …

Under Water Metro Rail : প্ৰধানমন্ত্ৰীয়ে কলকাতাত ভাৰতৰ প্ৰথমখন আণ্ডাৰ ৱাটাৰ মেট্ৰ’ ৰে’ল উদ্বোধন কৰে

নিউজ ডেস্ক, ৬ মাৰ্চ, ২০২৪ : প্ৰধানমন্ত্ৰীয়ে বিহাৰত একাধিক ৰে’লৱে (Railway) প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰি ৰাষ্ট্ৰলৈ সমৰ্পণ কৰে। প্ৰধানমন্ত্ৰীয়ে লগতে কলকাতাত ভাৰতৰ প্ৰথমখন আণ্ডাৰ ৱাটাৰ মেট্ৰ’ ৰে’ল উদ্বোধন কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বুধবাৰে বিহাৰৰ পশ্চিম চম্পাৰণ জিলাৰ বেতিয়াত ১২,৮০০ কোটি …

Boxing : আৰ ই চি পূব মণ্ডল মুকলি প্ৰতিভা সন্ধানী বক্সিং প্ৰতিযোগিতাত অসমৰ খেলুৱৈৰ বিজয়ী যাত্ৰা

গুৱাহাটী, ৬ মাৰ্চ, ২০২৪ : চলিত আৰ ই চি পূব মণ্ডল মুকলি প্ৰতিভা সন্ধানী বক্সিং প্ৰতিযোগিতাত (Boxing Championship) অসমৰ নৱাগত খেলুৱৈসকলে অনবদ্য প্ৰদৰ্শন কৰি ছেমিফাইনেল আৰু কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশৰে ৰাষ্ট্ৰীয় প্ৰতিযোগিতালৈ যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম হৈছে৷ গুৱাহাটীৰ ৰাধা গোবিন্দ বৰুৱা …

Scholarship : ব্ৰিটিছ কাউঞ্চিলে মহিলাৰ বাবে আগবঢ়াইছে ষ্টেম স্কলাৰশ্বিপ ২০২৪-২৫

গুৱাহাটী, ৬ মাৰ্চ ২০২৪ : ব্ৰিটেইনৰ আগশাৰীৰ বিশ্ববিদ্যালয়সমূহৰ সৈতে অংশীদাৰিত্বৰে শৈক্ষিক সুযোগ আৰু সাংস্কৃতিক সদ্ভাৱনা বৃদ্ধিৰ বাবে আন্তঃৰাষ্ট্ৰীয় সংস্থা ব্ৰিটিছ কাউন্সিলে (British Council) ব্ৰিটিছ কাউন্সিল স্কলাৰশ্বিপ ফৰ্‌ ৱমেন ইন ষ্টেম কাৰ্যসূচী আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে। এই গুৰুত্বপূৰ্ণ আৰু সন্মানীয় …

Accident : সুৰাসক্ত যুৱক-যুৱতীৰ বাহন মহতিয়াই নিলে টেম্পো : নিহত এজন, আহত দহজন

বঙাইগাঁও, ৫ মাৰ্চ, ২০২৪ : ৰাজপথত সুৰাসক্ত যুৱক-যুৱতীৰ বাহনৰ তাণ্ডৱ। সংঘটিত কৰিলে এক ভয়ংকৰ পথ দুর্ঘটনা। সুৰাসক্ত যুৱক-যুৱতীৰ বাহনখনে মহতিয়াই নিলে টেম্পো। এই ভয়ংকৰ পথ দুর্ঘটনাত এজন লোক নিহত (One Killed) হোৱাৰ লগতে আহত হৈ মহিলাসহ দহজন। আহত সকলক ততাতৈয়াকৈ …

Facebook Down : হঠাৎ বিশ্বজুৰি নিষ্ক্ৰিয় হৈ পৰিল সামাজিক মাধ্যম ফেচবুক আৰু ইনষ্টাগ্ৰাম

নিউজ ডেস্ক, ৫ মাৰ্চ, ২০২৪ : বিশ্বজুৰি সামাজিক মাধ্যম ফেচবুক আৰু ইনষ্টাগ্ৰাম (Facebook and Instagram) ব্যৱহাৰকাৰী মাজত হাহাকাৰ। হঠাৎ বিশ্বজুৰি নিষ্ক্ৰিয় হৈ পৰিল সামাজিক মাধ্যম ফেচবুক আৰু ইনষ্টাগ্ৰাম। নিশা প্ৰায় ৯ বজাৰ পৰা নিষ্ক্ৰিয় হৈ পৰে সামাজিক মাধ্যম দুটা। হঠাৎ …