AAP : আপৰ চৰকাৰ হ’লে পুনৰ মুকলি কৰা হ’ব বন্ধ হৈ যোৱা প্ৰতিখন চৰকাৰী শিক্ষানুষ্ঠান
গুৱাহাটী, ২৯ ফেব্ৰুৱাৰী, ২০২৪ : দেশ এখনৰ ভবিষ্যত বুনিয়াদ নিৰ্মাণ কৰে দেশৰ শিক্ষা ব্যৱস্থাই। সু-শিক্ষাই নিৰ্মাণ কৰে দেশৰ অমূল্য মানৱ সম্পদ। কিন্তু দেশৰ ভবিষ্যত নিৰাপদ কৰা শিক্ষা ব্যৱস্থাটোকেই বিজেপি চৰকাৰে দিনে দিনে কৰি আহিছে চূড়ান্ত অৱহেলা। এই অভিযোগ আম আদমি …