Road Accident : দুখন মটৰ চাইকেলৰ মাজত মুখামুখি সংঘৰ্ষ : থিতাতে নিহত দুজন

গুৱাহাটী, ৭ ফেব্ৰুৱাৰী, ২০২৪ : দুখন মটৰ চাইকেলৰ মাজত মুখামুখি সংঘৰ্ষ। এই পথ দুর্ঘটনাত থিতাতে নিহত দুজন লোক (Two Killed In A Road Accident)। নিহত দুয়ো সম্পৰ্কত ভিনিয়েক-খুলশালি। আনহাতে আহত দুজন লোকক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। নিশা ১২ …

Guwahati : গুৱাহাটী ৰে’ল ষ্টেচনত ৰে’ল কোচ ৰেষ্টুৰেণ্ট মুকলি

গুৱাহাটী, ৭ ফেব্ৰুৱাৰী, ২০২৪ : গুৱাহাটী ৰে’ল ষ্টেচনত (Rail Station) ৰে’ল কোচ ৰেষ্টুৰেণ্ট মুকলি। চকাৰ ওপৰত উপভোগ কৰক সুস্বাদু আহাৰ। ৰে’ল যাত্ৰীসকলক ভোজনৰ এক অনন্য পৰিৱেশ প্ৰদান কৰাৰ অৰ্থে, উত্তৰ পূব সীমান্ত ৰে’লৱেই ইয়াৰ মুখ্য ষ্টেচন আৰু পইণ্টসমূহত ৰে’ল কোচ …

Drugs Seized : এখন বাহনৰ গোপন চেম্বাৰৰ পৰা জব্দ কেইবা কোটি টকাৰ ড্ৰাগছ

কৰিমগঞ্জ, ৬ ফেব্ৰুৱাৰী, ২০২৪ : ৰাজ্যত অব্যাহত আছে ড্ৰাগছৰ সৰবৰাহ (Drugs Smuggling)। চুবুৰীয়া ৰাজ্য সমূহৰ পৰা অসমৰ মাজেৰে সৰবৰাহ হৈ আছে কোটি কোটি টকা মূল্যৰ বিভিন্ন প্ৰকাৰৰ ড্ৰাগছ। কৌশল সলনি কৰি ড্ৰাগছ সৰবৰাহকাৰী সকলে চলাই আছে ড্ৰাগছৰ সৰবৰাহ। আৰক্ষীৰ ড্ৰাগছ …

Five Star Hotel : পঞ্চতাৰকাযুক্ত হোটেলত প্ৰাক্তন প্ৰেমিকক নৃশংসভাৱে হত্যা

গুৱাহাটী, ৬ ফেব্ৰুৱাৰী, ২০২৪ : এক নৃশংস হত্যাকাণ্ড। পঞ্চতাৰকাযুক্ত হোটেলত প্ৰাক্তন প্ৰেমিকক নৃশংসভাৱে হত্যা (Murder)। প্ৰেমিকাই বৰ্তমানৰ প্ৰেমিকাৰ লগত মিলি নৃশংসভাৱে হত্যা কৰিলে প্ৰাক্তন প্ৰেমিকক। হত্যা কৰি পলায়নৰ চেষ্টা চলাওঁতে আৰক্ষীৰ জালত পৰে দুয়ো। ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ …

Cheating : দহ কোটি টকা লুটি পলাল টংলাৰ নাটৱাৰলাল বিশাল দাগা

টংলা, ৫ ফেব্ৰুৱাৰী, ২০২৪ : দহ কোটি টকা লুটি পলাল টংলাৰ নাটৱাৰলাল বিশাল দাগা। টংলাৰ থলুৱা চুপাৰি (Betel Nut) বেপাৰীৰ পৰা প্ৰায় দহ কোটি টকাৰ চুপাৰি লৈ ৰহস্যজনকভাৱে পলায়ন কৰিছে টংলাৰ নাটৱাৰলাল খ্যাত বিশাল দাগা। মহাপ্ৰৱঞ্চক বিশাল দাগাৰ প্ৰৱঞ্চনাই তীব্ৰ …

Prag Cine Award : প্ৰাগ চিনে এৱাৰ্ড ২০২৪ ত ১৬ টা শিতানত মনোনয়ন লাভ ‘জিয়া’ৰ

গুৱাহাটী, ৪ ফেব্ৰুৱাৰী, ২০২৪ : চলচ্চিত্ৰ নিৰ্মাতা কেনি বসুমতাৰীৰ (Kenny Basumatary) শেহতীয়া নিৰ্দেশনা আৰু শৰ্মিষ্ঠা চক্ৰৱৰ্তীৰ প্ৰযোজনাৰে নিৰ্মিত ছবি ‘জিয়া’ই প্ৰাগ চিনে এৱাৰ্ডৰ ২০২৪ ৰ শেহতীয়া সংস্কৰণত ১৬ টাকৈ মনোনয়ন লাভ কৰিবলৈ সক্ষম হৈছে। প্ৰাগ চিনে এৱাৰ্ডত ‘জিয়া’ই শ্ৰেষ্ঠ ছবিৰ …

Hekra : হেকৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তী বৰ্ষ উদযাপন

নগৰবেৰা, ৪ ফেব্ৰুৱাৰী, ২০২৪ : হেকৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ (Hekra Higher Secondary School) মহাৰজত জয়ন্তী বৰ্ষ উদযাপন। কামৰূপ জিলাৰ বকো সমষ্টিৰ অন্তৰ্গত একমাত্ৰ লেখত লবলগীয়া শৈক্ষিক প্ৰতিষ্ঠান হেকৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তী বৰ্ষ যোৱা ২ ফেব্ৰুৱাৰী শুকুৰবাৰে দিনজোৰা কাৰ্যসূচীৰে …

Leopard Caught : পকামূৰা ফুকন আলিত পুনৰ পিঞ্জৰাবদ্ধ প্ৰকাণ্ড নাহৰফুটুকী বাঘ

যোৰহাট, ৩ জানুৱাৰী, ২০২৪ : পকামূৰা ফুকন আলিত পুনৰ পিঞ্জৰাবদ্ধ প্ৰকাণ্ড নাহৰফুটুকী বাঘ। পুৱাৰ ভাগত স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰিছিল প্ৰকাণ্ড নাহৰফুটুকী বাঘটোক। ইয়াৰ পিছতে বন বিভাগে স্থাপন কৰা পিঞ্জৰাত আৱদ্ধ হয় প্ৰকাণ্ড নাহৰফুটুকী বাঘটো। কিছুদিন পূৰ্বেও উক্ত অঞ্চলত পিঞ্জৰাবদ্ধ হৈছিল …

Fake Currency : ৩ লাখ ৪৮ হাজাৰ টকাৰ জাল নোটসহ এজন পৰিল জালত

গুৱাহাটী, ২ ফেব্ৰুৱাৰী, ২০২৪ : বৃহৎ পৰিমাণৰ জাল নোট জব্দ। ৩ লাখ ৪৮ হাজাৰ টকাৰ জাল নোটসহ এজন পৰিল জালত (One Arrested With Fake Currency)। ভাড়া ঘৰৰ পৰাই জাল নোটৰ ব্যৱসায় চলাই আছিল ধৃত লোকজন। আৰক্ষীয়ে গোপন খবৰৰ ভিত্তিত চলাইছিল …

Fashion : ছেট ৱেট মেগা মিষ্টাৰ নৰ্থ ইষ্টৰ ত্ৰয়োদশ সংস্কৰণৰ অডিচন মেগা এণ্টাৰটেইনমেণ্টৰ ৪ ফেব্ৰুৱাৰীত আই টি এ কালচাৰেল কমপ্লেক্সত অনুষ্ঠিত হ’ব গুৱাহাটী অডিচন

গুৱাহাটী, ১ ফেব্ৰুৱাৰী, ২০২৪ : উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ ফেশ্বন আৰু প্ৰতিযোগিতামূলক অনুষ্ঠানৰ আয়োজক মেগা এণ্টাৰটেইনমেণ্টে ছেট ৱেট মেগা মিষ্টাৰ নৰ্থ ইষ্টৰ (Mega Mister North East) ত্ৰয়োদশ সংস্কৰণৰ বাবে ৩১ জানুৱাৰীত কোকৰাঝাৰ কমাৰ্চ কলেজত অডিছনৰ আয়োজন কৰে। এই অডিছনৰ জৰিয়তে প্ৰতিযোগিতাৰ আয়োজকসকলে …