Nepal Earthquake : নেপালৰ ভূমিকম্পত ১০০ জন লোকৰ মৃত্যু, মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা

নিউজ ডেস্ক, ৪ নৱেম্বৰ, ২০২৩ : নেপালৰ ভূমিকম্পত ১০০ জন (Hundred Killed In Nepal Earthquake) লোকৰ মৃত্যু, মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা। ভূমিকম্পৰ তীব্ৰতা ৰিখটাৰ স্কেলত ৬.৪। ১০ কিলোমিটাৰ গভীৰতাত এই ভূমিকম্পৰ কেন্দ্ৰ আছিল। দিল্লী-এনচিআৰ, উত্তৰ প্ৰদেশ আৰু বিহাৰকে ধৰি …

Leopard Caught : কেইবাদিন ধৰি সন্ত্ৰাস চলাই থকা নাহৰফুটুকী বাঘ আৱদ্ধ পিঞ্জৰাত

ডুমডুমা, ৩ নৱেম্বৰ, ২০২৩ : অৱশেষত অন্ত পৰিল সন্ত্ৰাসৰ। বিগত কেইবাদিন ধৰি সন্ত্ৰাস চলাই থকা নাহৰফুটুকী বাঘ (Leopard) আৱদ্ধ হ’ল পিঞ্জৰাত। বন বিভাগৰ পিঞ্জৰাত আৱদ্ধ হৈ গৰজি উটিল নাহৰফুটুকী বাঘটো। বনাঞ্চলৰ পৰা ওলাই আহি বহু লোকৰ পোহনীয়া জন্তুৰ চিকাৰ কৰিছিল …

Chain Snatching : পিষ্টল দেখুৱাই মহিলাৰ ডিঙিৰ পৰা কাঢ়ি নিলে চেইন

গুৱাহাটী, ৩ নৱেম্বৰ, ২০২৩ : পুৱাৰ ভাগতে ব্যস্ত মহানগৰীত সংঘটিত হৈছে ডকাইতি কাণ্ড (Robbery in Guwahati)। বৃহস্পতিবাৰে এটা আৰু শুকুৰবাৰে আনটো ডকাইতি কাণ্ড সংঘটিত হয় মহানগৰী গুৱাহাটীত। পিষ্টল দেখুৱাই মহিলাৰ ডিঙিৰ পৰা কাঢ়ি নিলে চেইন। হেঙেৰাবাৰী জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত …

Man-Elephan Conflict : বনৰীয়া হাতীৰ আক্ৰমণত নিহত এজন কৃষক

তিনিচুকীয়া, ২ অক্টোবৰ, ২০২৩ : পুনৰ বনৰীয়া হাতী আৰু মানুহৰ সংঘাত। পুনৰ বনৰীয়া হাতীৰ আক্ৰমণত প্ৰাণ হেৰুৱালে এজন লোক (Wild Elephant)। ঘৰৰ সন্মুখতে বনৰীয়া হাতীয়ে আক্ৰমণ কৰি হত্যা কৰে লোকজনক। ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি বিৰাজ কৰিছে শোকৰ ছাঁ। বন বিভাগৰ …

Road Accident : ভয়ংকৰ পথ দুর্ঘটনাত থিতাতে নিহত প্ৰেমিক-প্ৰেমিকা

শিৱসাগৰ, ২ নৱেম্বৰ, ২০২৩ : এক ভয়ংকৰ পথ দুর্ঘটনা। এই ভয়ংকৰ পথ দুর্ঘটনাত থিতাতে নিহত হৈছে এহাল প্ৰেমিক-প্ৰেমিকাৰ (Two Killed In A Road Accident)। নিশা ঘৰৰ পৰা প্ৰেমিকে পলুৱাই নিছিল প্ৰেমিকাক। প্ৰেমিকাক পলুৱাই নি গৈ থকা অৱস্থাতে অচিনাক্ত বাহনৰ খুন্দাত …

Fake Currency : বৃহৎ পৰিমাণৰ নকল টকাসহ শিলচৰৰ এজন লোক আটক

গুৱাহাটী, ১ নৱেম্বৰ, ২০২৩ : গুৱাহাটী মহানগৰীৰ লালমাটিত নিশা স্পেচিয়েল টাক্স ফৰ্চৰ (Special Tusk Force) অভিযান। স্পেচিয়েল টাক্স ফৰ্চৰ  অভিযানকালত জব্দ বৃহৎ পৰিমাণৰ নকল টকাৰ লগতে নকল টকা বনোৱা মেচিন আৰু নকল টকা বনোৱা বহু সামগ্ৰী। লালমাটিৰ এখন হোটেলত অভিযান …

Police Firing : আৰক্ষীৰ গুলীত আহত কুখ্যাত অপৰাধী ছফিকুল ইছলাম

বিলাসীপাৰা, ৩১ অক্টোবৰ, ২০২৩ : আৰক্ষীৰ গুলীত আহত কুখ্যাত অপৰাধী ছফিকুল ইছলাম (Encounter)। ভৰিত তিনি জাই গুলী লাগিছে ছফিকুল ইছলামৰ। আহত ছফিকুল ইছলামক ভৰ্তি কৰোৱা হৈছে চিকিৎসালয়ত। নিশা আৰক্ষীৰ কবলৰ পৰা পলায়নৰ চেষ্টা কৰিছিল কুখ্যাত অপৰাধী ছফিকুল ইছলাম। পুনৰ অসম …

NF Railway : উত্তৰ পূব সীমান্ত ৰে’লৱেৰ সতৰ্কতা সজাগতা সপ্তাহ ২০২৩ উদযাপন 

গুৱাহাটী, ৩০ অক্টোবৰ, ২০২৩ : ভাৰতক দুৰ্নীতিমুক্ত (Corruption Free) আৰু এখন উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে উত্তৰ পূব সীমান্ত ৰে’লৱেৰ দ্বাৰা সতৰ্কতা সজাগতা সপ্তাহ ২০২৩ উদযাপন। উত্তৰ পূব সীমান্ত ৰে’লৱেই ইয়াৰ সমগ্ৰ মণ্ডল, ৱৰ্কশ্বপ আৰু নিৰ্মাণ ক্ষেত্ৰ গোটসমূহত ৩০ …

Dhupdhara Road Accident : তিনিখন বাহনৰ মাজত সংঘর্ষ : থিতাতে নিহত ১ জন, চিকিৎসাধীন অৱস্থাত মৃত্যু ৩ জনৰ

গোৱালপাৰা, ৩০ অক্টোবৰ, ২০২৩ : এক ভয়ংকৰ পথ দুর্ঘটনা। তিনিখন বাহনৰ মাজত হোৱা সংঘর্ষত থিতাতে নিহত হয় ১ জন লোক, আনহাতে চিকিৎসাধীন অৱস্থাত ৩ জনকৈ লোকৰ মৃত্যু হয় (Four Killed In A Road Accident)। দুর্ঘটনাত আহত হোৱা কেইবাজনো লোকক ততাতৈয়াকৈ …

Bengaluru Fire Incident : ভয়ংকৰ অগ্নিকাণ্ডত ভস্মীভূত ৪০ খনতকৈও অধিক বাছ

নিউজ ডেস্ক, ৩০ অক্টোবৰ, ২০২৩ : ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। অগ্নিকাণ্ডত ভস্মীভূত ৪০ খনতকৈও অধিক বাছ (Fire incident in Veerbhadra Nagar)। অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই যদিও বিদ্যুৎ বিজুতিৰ ফলত জুইৰ সূত্ৰপাত হোৱাৰ সন্দেহ। জুই নিৰ্বাপন কৰিবলৈ অগ্নি নিৰ্বাপক বাহিনীৰ …