Road Accident : প্রাতঃভ্রমণলৈ ওলাই অহা মহিলাৰ চাইকেলত খুন্দা বলেৰ বাহনৰ
মাৰ্ঘেৰিটাৰ, ৩০ ডিচেম্বৰ, ২০২৩ : ভয়ংকৰ পথ দুর্ঘটনা। প্রাতঃভ্রমণলৈ ওলাই অহা মহিলাৰ চাইকেলত খুন্দা বলেৰ বাহনৰ। বলেৰ বাহনৰ খুন্দাত থিতাতে নিহত মহিলা গৰাকী (Woman Killed in Road Accident)। দুৰ্ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত। দুর্ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি বিৰাজ …