Anjan Nath Murder : অঞ্জন নাথ হত্যাকাণ্ডৰ লগত জড়িত ৭ অভিযুক্তক গ্ৰেপ্তাৰ

গুৱাহাটী, ১৬ অক্টোবৰ, ২০২৩ : অঞ্জন নাথ হত্যাকাণ্ডৰ লগত জড়িত ৭ অভিযুক্তক গ্ৰেপ্তাৰ (Seven Arrested)। বিগত তিনিদিন ধৰি মহানগৰ আৰক্ষীয়ে তদন্ত চলাই অৱশেষত অঞ্জন নাথ হত্যাকাণ্ডৰ লগত জড়িত ৭ অভিযুক্তক গ্ৰেপ্তাৰ কৰে। গুলী চালনা কৰা সৌৰভ গোৱেংকাসহ মুঠ ৭ জনক …

War Against Drugs : ২.২৮ গ্ৰাম সন্দেহ যুক্ত হেৰ’ইনসহ তিনি ড্ৰাগছ সৰবৰাহকাৰী আটক

দুলীয়াজান, ১৬ অক্টোবৰ, ২০২৩ : ২.২৮ গ্ৰাম সন্দেহযুক্ত হেৰ’ইনসহ তিনি ড্ৰাগছ সৰবৰাহকাৰী আটক (Three Drugs Paddler Arrested)। এক গোপন খবৰৰ ভিত্তিত চলিছিল আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। অভিযানকালত আৰক্ষীয়ে এখন ছুইফট ডিজাইয়াৰ বাহন আৰু এখন স্কুটীও জব্দ কৰে। অধিক তথ্যৰ বাবে …

Illegal Affair : পৰকী প্ৰেমৰ বাবাই ভাঙিলে এখন সুখৰ সংসাৰ

সৰভোগ, ১৬ অক্টোবৰ, ২০২৩ : পুনৰ এক পৰকীয়া প্ৰেম কাহিনী (Extramarital Affair)। পৰকীয়া প্ৰেমৰ ভয়ংকৰ পৰিণতি। পৰকীয়া প্ৰেমৰ বাবেই ভাঙি থান বান হ’ল এখন সুখৰ সংসাৰ। স্বামীৰ অভিযোগ পত্নী আন যুৱকৰ সৈতে আছে প্ৰেমৰ সম্পৰ্ক, পত্নীৰ পৰিয়ালৰ অভিযোগ স্বামী পৰিয়ালে …

One Arrested : এইবাৰ ১০ হাজাৰ টকালৈ হাত দাঙিলে খণ্ড উন্নয়ন বিষয়া

নগাঁও, ১৫ অক্টোবৰ, ২০২৩ : দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে অব্যাহত আছে দুৰ্নীতি নিবাৰক শাখাৰ অভিযান। পুনৰ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল এগৰাকী দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰী। উৎকোচ লৈ হাতে-লোটে ধৰা পৰিল এগৰাকী চৰকাৰী কৰ্মচাৰী (Government Employee Attested)। ১০ হাজাৰ টকা উৎকোচ …

Morigaon Day : মৰিগাঁও জিলা দিৱসৰ দ্বিতীয় দিনা চাৰণ বিলত কায়াকিং আৰু কেনয়িং প্ৰতিযোগিতা

মৰিগাঁও, ১৫ অক্টোবৰ, ২০২৩ : “ছোৱালীৰ শিক্ষাই ছোৱালীৰ সুৰক্ষা”ক মূল বিষয়বস্তু হিচাপে লৈ মৰিগাঁও জিলা প্ৰশাসনে (Morigaon District Administration) ব্যাপক উৎসাহ উদ্দীপনাৰে শনিবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ কৰা ৩৫ সংখ্যক মৰিগাঁও জিলা দিৱসৰ দেওবাৰে দ্বিতীয় দিনা চাৰণ বিলত কায়াকিং আৰু …

Lakme Fashion Week : লেকমে ফেশ্বন উইকত সংযুক্তা দত্তৰ শ্ব’ষ্টপাৰ হৈ খোজ দিলে বলিউড অভিনেত্ৰী আদা শৰ্মা

নিউজ ডেস্ক, ১৫ অক্টোবৰ, ২০২৩ : লেকমে ফেশ্বন উইকৰ ৰাণৱেক নিজৰ অপূৰ্ব সৃষ্টিশীলতাৰে সজীৱ কৰি তুলিলে দেশৰ ফেশ্বনৰ জগতৰ দূৰদৰ্শী ডিজাইনাৰ সংযুক্তা দত্তই (Sanjukta Dutta)। লেকমেৰ আজি শেষ দিনটোত “সপোন” শীৰ্ষক এক মনোমোহা সংগ্ৰহেৰে সংযুক্তা দত্তই দৰ্শকক মন্ত্ৰমুগ্ধ কৰি পেলায়। …

Book : ডাঃ দেৱজিত শৰ্মাৰ ’খুৰী, মাহীৰ পৃথিৱী : জনবিশ্বাস আৰু স্বাস্থ্যবিজ্ঞান’ উন্মোচন

গুৱাহাটী, ১৫ অক্টোবৰ, ২০২৩ : ’সমাজৰ প্ৰচলিত জনবিশ্বাসবোৰৰ বৈজ্ঞানিক ব্যাখ্যাৰে সুচিকিৎসক তথা লেখক ডাঃ দেৱজিত শৰ্মাই (Dr. Debojit Sarma) লিখা ’খুৰী, মাহীৰ পৃথিৱী : জনবিশ্বাস আৰু স্বাস্থ্যবিজ্ঞান’ শীৰ্ষক কিতাপখন অসমৰ সমাজজীৱনৰ বাবে এখন অপৰিহাৰ্য গ্ৰন্থ হ’ব৷ শিশুৰ বিভিন্ন ৰোগৰ লগতে …

Brahmaputra Valley Film Festival : ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতাসকলৰ বাবে প্ৰত্যাশিত অষ্টম ব্ৰহ্মপুত্ৰ ভেলী ফিল্ম ফেষ্টিভেলৰ দুৱাৰ মুকলি

গুৱাহাটী, ১৪ অক্টোবৰ, ২০২৩ :  আৰু মাত্ৰ কেইটামান দিনৰ পিছতে আৰম্ভ হ’ব উত্তৰ-পূব ভাৰতৰ আটাইতকৈ জনপ্ৰিয় আৰু বহু প্ৰত্যাশিত অষ্টম সংখ্যক ব্ৰহ্মপুত্ৰ ভেলী ফিল্ম ফেষ্টিভেলৰ। সময়ৰ গতিৰ লগে লগে বুকুত অপেক্ষাৰ মিঠা অনুভূতি জগাই তোলা এই চলচ্চিত্ৰ মহোৎসৱৰ (Film Festival) …

Jorhat : যোৰহাটত ৰাইজৰ দলৰ যোগদান অনুষ্ঠান

যোৰহাট, ১৪ অক্টোবৰ, ২০২৩ : যোৰহাটৰ অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় চন্দ্ৰকান্ত সন্দিকৈ ভৱনত ৰাইজৰ দলৰ (Raijor Dol) যোৰহাট জিলা সমিতিৰ এখনি সাধাৰণ সভা অনুষ্ঠিত হয়। উক্ত সভাত ৰাইজৰ দলৰ যোৰহাট জিলা সমিতিখন পুনৰ গঠনৰ লগতে ৰাইজৰ দলত যোগদানৰ এক …

NF Railway : কেইখনমান বিশেষ ৰে’লৰ চলাচলৰ সময়সীমা বৃদ্ধি 

গুৱাহাটী, ১৪ অক্টোবৰ, ২০২৩ : যাত্ৰীসকলৰ অতিৰিক্ত ভিৰ নিয়ন্ত্ৰণ কৰাৰ অৰ্থে, বিদ্যমান সময়, ষ্টপেজ আৰু গঠন অনুসৰি কেইখনমান বিশেষ ৰে’লৰ সময়সীমা (Railway Timing) বঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰে’ল বিভাগে। এই সম্প্ৰসাৰিত ৰে’ল সেৱাই সংশ্লিষ্ট পথসমূহৰ প্ৰতীক্ষাসূচীত থকা যাত্ৰীসকলৰ চাহিদা পূৰণ …