New Jalpaiguri Station : নিউ জলপাইগুড়ী ষ্টেচনৰ উন্নীতকৰণৰ কাৰ্য পূৰ্ণগতিত
গুৱাহাটী, ১৯ ছেপ্টেম্বৰ, ২০২৩ : ৰে’ল ষ্টেচনৰ উন্নয়নৰ বাবে ৰে’ল মন্ত্ৰালয়ে অমৃত ভাৰত ষ্টেচন আঁচনিৰ (Amrit Bharat Station) অধীনত ভাৰতীয় ৰে’লৱেৰ ষ্টেচনৰ উন্নীতকৰণ ও আধুনিকীকৰণৰ পৰিকল্পনা প্ৰস্তুত কৰিছে। চিনাক্তকৃত ১৩০৯ টা ষ্টেচনৰ ভিতৰত, উত্তৰ পূব সীমান্ত ৰে’লৱেৰ অধীনৰ নিউ জলপাইগুড়ী …