Purabi Dairy : ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰত পূৰবী ডেইৰীয়ে অতিক্ৰম কৰিলে ২০০ কোটি টকা

গুৱাহাটী : বিগত বৰ্ষসমূহত অসমৰ আটাইতকৈ প্ৰিয় দুগ্ধজাত ব্ৰেণ্ড পূৰবী (Purabi Dairy) এক আকৰ্ষণীয় বিকাশৰ পথত আগবাঢ়ি যোৱা পৰিলক্ষিত হৈছে। গুণগত মানদণ্ড আৰু উদ্ভাৱনৰ ওপৰত গুৰুত্ব দিয়াৰ উপৰিও ‘ফাৰ্মপ্ৰেনিউৰশ্বিপ’ৰ উদ্যোক্তা হিচাপে কাম কৰাকেই পূৰবী ব্ৰেণ্ড হিচাপে কাৰ্যকৰী হৈ থকা ৱেষ্ট …

War Against Drugs : গড়চুক আৰক্ষীৰ জালত বুজন পৰিমাণৰ ড্ৰাগছসহ তিনিজন

গুৱাহাটী : পুনৰ গুৱাহাটীত জব্দ বুজন পৰিমাণৰ ড্ৰাগছ। গড়চুক আৰক্ষীৰ জালত বুজন পৰিমাণৰ ড্ৰাগছসহ তিনিজন। আই এছ বি টিৰ পৰা ১০ টা ড্ৰাগছ ভৰ্তি চাবোনৰ বাকচ জব্দ। জব্দকৃত ড্ৰাগছখিনিৰ বজাৰ মূল্য ৮ লাখ টকা হ’ব বুলি অনুমান কৰিছে আৰক্ষীয়ে। অসম …

NF Railway : উত্তৰ পূব সীমান্ত ৰে’লৱেৰ দ্বাৰা মালবস্তু লোডিঙত দ্বিতীয় সৰ্বাধিক বৃদ্ধিৰ সফলতা অৰ্জন 

গুৱাহাটী : উত্তৰ পূব সীমান্ত ৰে’লৱেৰ (NF Railway) দ্বাৰা মালবস্তু লোডিঙত দ্বিতীয় সৰ্বাধিক বৃদ্ধিৰ সফলতা অৰ্জন। উত্তৰ পূব সীমান্ত ৰে’লৱেৰ মালবস্তু লোডিঙৰ প্ৰদৰ্শন ১৫.১৯ শতাংশলৈ বৃদ্ধি। উত্তৰ-পূব সীমান্ত ৰে’লৱেই ভাৰতীয় ৰে’লৱেৰ সকলো সংমণ্ডলৰ মাজত মালবস্তুৰ লোডিং বৃদ্ধিৰ প্ৰদৰ্শনৰ ক্ষেত্ৰত দ্বিতীয় …

Guwahati : অবৈধ নিৰ্মাণ কাৰ্যৰ অনুমতি প্ৰদান কৰা বিষয়ববীয়াৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হ’ব : অশোক সিংহল

গুৱাহাটী : মঙলবাৰে অৰ্থাৎ ১১ এপ্ৰিল তাৰিখে বিভাগীয় বিষয়াসকলক লগত লৈ মহানগৰীৰ (Guwahati) বিভিন্ন স্থানত বাহিনী নদীৰ কাষৰ বেদখলকৃত অঞ্চল পৰিদৰ্শন কৰে মন্ত্ৰী অশোক সিংহলে। বাহিনী নৈৰ বুকু সংকুচিত কৰি অবৈধ নিৰ্মাণকাৰ্যত অনুমতি প্ৰদান কৰা পৌৰ নিগমৰ দোষী বিষয়ববীয়াৰ বিৰুদ্ধে …

Railway : মিজোৰামৰে ৰে’ল সংযোগৰ আটাইতকৈ ওখ ব্ৰীজ পিয়েৰৰ অভিনৱ নিৰ্মাণ সম্পূৰ্ণ

গুৱাহাটী : ভাৰত চৰকাৰৰ সকলো উন্নয়নমূলক কাৰ্যসূচীত উত্তৰ-পূৰ্ব্বাঞ্চলৰ এক বিশেষ স্থান আছে। ভাৰতীয় ৰে’লৱেই (Railway) কেইবাটাও নতুন ৰে’লপথ প্ৰকল্পৰ কাম বাস্তৱায়নৰ দ্বাৰা উত্তৰ-পূৰ্ব্বাঞ্চলৰ ৰাজ্যসমূহৰ ৰূপান্তৰণৰ দিশত গুৰুত্বপূৰ্ণ অৰিহণা যোগাই আহিছে। উত্তৰ-পূৰ্ব্বাঞ্চলৰ সকলো ৰাজ্যৰ ৰাজধানীক সংযোগ কৰি নতুন ৰে’লপথৰ নিৰ্মাণ কেপিটেল …

Trinamool Congress : শক্তিমন্ত্ৰীয়ে অসমীয়াত নোৱাৰিলেও হিন্দী বা ইংৰাজীত উত্তৰ দিয়ক : বন্দীপ দত্তৰ

গুৱাহাটী : স্মাৰ্ট প্ৰিপেইডৰ নামত বিজেপি চৰকাৰে লুণ্ঠনৰাজ চলোৱাৰ অভিযোগ তৃণমূল কংগ্ৰেছৰ (Trinamool Congress)। শক্তিমন্ত্ৰীয়ে অসমীয়াত নোৱাৰিলেও হিন্দী বা ইংৰাজীত উত্তৰ দিয়ক বুলি মন্তব্য বন্দীপ দত্তৰ। স্মাৰ্ট প্ৰিপেইড মিটাৰৰ নামত লুণ্ঠনৰাজ চলাইছে বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰে। মধ্যবিত্ত আৰু দৰিদ্ৰ শ্ৰেণীক …

Aam Admi Party : আপক ৰাষ্ট্ৰীয় দলৰ মৰ্যাদা, মমতা বেনাৰ্জীৰ তৃণমূল কংগ্ৰেছে হেৰুৱালে ৰাষ্ট্ৰীয় দলৰ মৰ্যদা

নিউজ ডেস্ক : দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ আম আদমি পাৰ্টিয়ে (Aam Admi Party) লাভ কৰিছে ৰাষ্ট্ৰীয় দলৰ মৰ্যাদা। সোমবাৰে সন্ধিয়াৰ ভাগত নিৰ্বাচন আয়োগে আম আদমি পাৰ্টিয়ে ৰাষ্ট্ৰীয় দলৰ মৰ্যাদা লাভ কৰাৰ কথা ঘোষণা কৰে। নিৰ্বাচন আয়োগে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা …

Srimanta Sankardev Kalakhetra : শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত সূত্ৰধাৰৰ নৃত্য সন্ধিয়া

গুৱাহাটী : শংকৰদেৱ কলাক্ষেত্ৰৰ (Srimanta Sankardev Kalakhetra) শ্ৰী শ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত সূত্ৰধাৰৰ নৃত্য সন্ধিয়া। নগাঁৱৰ অন্যতম পৰিবেশ্য কলাৰ প্ৰতিষ্ঠান সূত্ৰধাৰে এদিনীয়া কাৰ্যসূচীৰে শংকৰদেৱ কলাক্ষেত্ৰৰ ‘মাধৱদেৱ আন্তঃৰ্জাতিক প্ৰেক্ষাগৃহ’ত অনুষ্ঠিত কৰিলে এটি মনোমোহা দৃষ্টিনন্দন নৃত্য আৰু অংগ সঞ্চালনৰ সন্ধ্যা৷ উক্ত সন্ধিয়াৰ …

Bihu Dance : বিশ্ব অভিলেখ সৃষ্টিৰ অনুষ্ঠানৰ বাবে সাজু কামৰূপ মহানগৰৰ বিহুৱা-বিহুৱতী

গুৱাহাটী : বিশ্ব অভিলেখ সৃষ্টিৰ অনুষ্ঠানৰ বাবে সাজু কামৰূপ মহানগৰৰ বিহুৱা-বিহুৱতীৰ দল। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আঠ শতাধিক বিহুৱা-বিহুৱতীৰ নাচ প্ৰদৰ্শন (Bihu Dance)। ১৪ এপ্ৰিলত প্ৰধানমন্ত্ৰীৰ সন্মুখত বিহু নাচ প্ৰদৰ্শন কৰি বিশ্ব অভিলেখ গঢ়িব। গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছত অসমৰ বিহু …

Anamika Barman Das : আন্তঃৰাষ্ট্ৰীয় চুইচ মাচাজ চেম্পিয়নশ্বিপত অসমৰ অনামিকা বৰ্মন দাস

গুৱাহাটী : আন্তঃৰাষ্ট্ৰীয় চুইচ মাচাজ চেম্পিয়নশ্বিপত দেশক প্ৰতিনিধিত্ব কৰিব প্ৰথম অসমীয়া এমটিভি ৰ’ডি অনামিকা বৰ্মন (Anamika Barman Das)। লাভলীনা বৰগোঁহাই, হিমা দাস, অংকুশিতা বড়ো, যমুনা বড়োৰো প্ৰশিক্ষক আছিল অনামিকা বৰ্মন দাস। প্ৰথম অসমীয়া এমটিভি ৰ’ডি অনামিকা বৰ্মন দাসে অহা ২৯ …