Media Cricket : এন ডি ২৪ ৰ দখলত যতীন বৰ্মন সোঁৱৰণী চতুৰ্থ নৰ্থ ইষ্ট মিডিয়া ট্ৰফী

গুৱাহাটী : এভাৰগ্ৰীণ গ্ৰুপৰ দ্বাৰা আয়োজিত চতুৰ্থ নৰ্থ ইষ্ট মিডিয়া চেম্পিয়নছ (Media Cricket) ট্ৰফী টি-টুৱেণ্টী ক্ৰিকেটৰ চূড়ান্ত বিজয়ী এন ডি ২৪। গুৱাহাটীৰ জজ ফিল্ডত বৃহস্পতিবাৰে অনুষ্ঠিত ফাইনেল খেলখনত অসমীয়া প্ৰতিদিন গ্ৰুপক ৪৫ ৰাণৰ ব্যৱধানত পৰাস্ত কৰি এন ডি ২৪ দলে …

Employment : চাকৰি বিচাৰি হাবাথুৰি খোৱা সকলৰ বাবে আদৰ্শ এজন যুৱক

Joonmani Begum বিশ্বনাথ : এটা সাধাৰণ চাকৰি (Employment) লাভ কৰিবলৈ দিনৰ পিছত দিন, মাহৰ পিছত মাহ, বছৰৰ পিছত বছৰ হাবাথুৰি খাই ফুৰা লাখ লাখ নিবনুৱা যুৱক-যুৱতী আছে দেশত। ইয়াৰ মাজতো কিছুমান নিবনুৱা যুৱক-যুৱতীয়ে চাকৰিৰ পৰিবৰ্তে উপাৰ্জনৰ অন্য পথ এটা উলিয়াই …

Hate Speech : ঘৃণামূলক ভাষণৰ ঘটনাক লৈ উদ্বেগ প্ৰকাশ উচ্চতম ন্যায়ালয়ৰ

নিউজ ডেস্ক : ঘৃণামূলক ভাষণৰ (Hate Speech) ঘটনাক লৈ পুনৰ উদ্বেগ প্ৰকাশ কৰিছে দেশৰ উচ্চতম ন্যায়ালয়ে। বুধবাৰে এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে কয় “ধৰ্মৰ সৈতে ৰাজনীতিক একাকাৰ কৰাই হৈছে ঘৃণামূলক ভাষণৰ উৎস। ৰাজনীতিবিদ সকলে ক্ষমতাৰ বাবে ধৰ্মক ব্যৱহাৰ কৰাটো চিন্তাৰ বিষয়। …

Rahul Gandhi : ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰীৰ ওপৰত মন্তব্য কৰা ঠাইৰ পৰাই নিৰ্বাচনী ৰণডংকা বজাব

নিউজ ডেস্ক : কৰ্ণাটক নিৰ্বাচন দিন ঘোষণাৰ পিছতে সকলো ৰাজনৈতিক দলে নিৰ্বাচনৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে। কৰ্ণাটক নিৰ্বাচনত মূল প্ৰতিদ্বন্দ্বিতা কংগ্ৰেছ আৰু বিজেপিৰ মাজত হ’ব বুলি ধাৰণা কৰা হৈছে। নিৰ্বাচন দিন ঘোষণাৰ পিছতে এই দুয়ো দলৰ শীৰ্ষ নেতাৰ বাক্যবাণৰ প্ৰক্ৰিয়া …

Pork Farm : হিদিলাট্টাৰীৰ গাহৰি ফাৰ্মক কেন্দ্ৰ কৰি সৃষ্টি হ’ল ভয়ংকৰ পৰিস্থিতিৰ

মুকালমুৱা : হিদিলাট্টাৰীৰ গাহৰি ফাৰ্মক (Pork Farm) কেন্দ্ৰ কৰি সৃষ্টি হ’ল ভয়ংকৰ পৰিস্থিতিৰ। ৰাইজৰ প্ৰতিবাদক দমন কৰিবলৈ আইন হাতত তুলি ল’লে মালিক পক্ষই। জিলা প্ৰশাসন আৰু আৰক্ষীৰ নিষ্ক্ৰিয় ভূমিকাত ক্ষোভিত হৈ ৰাজপথলৈ ওলাই আহিবলৈ বাধ্য হ’ল গাঁৱৰ। অৱশেষত প্ৰশাসনৰ আশ্বাসত …

Taliban : তালিবানৰ দখলৰ পিছতে আফগানিস্তাত মুকলি হত্যালীলা

নিউজ ডেস্ক : আফগানিস্তানত এতিয়া চলিছে হত্যালীলা। তালিবানৰ (Taliban) দখলৰ পিছতে আফগানিস্তাত আৰম্ভ হৈছে মুকলি হত্যালীলা। আফগানিস্তান দখলৰ পিছৰে পৰা বৰ্তমানলৈকে কোনো ধৰণ বিচাৰ নকৰাকৈ ২৩৭ লোকক হত্যা কৰিছে তালিবানে। এক প্ৰতিবেদনত পোহৰলৈ আহিছে আফগানিস্তানৰ ভয়ংকৰ তথ্য। তালিবানে আফগানিস্তান দখল …

Trinamool Congress : দিল্লীৰ পৰা কলকাতা পৰ্যন্ত কেন্দ্ৰীয় চৰকাৰৰ ওপৰত আক্ৰমণ তৃণমূল কংগ্ৰেছৰ

নিউজ ডেস্ক : দিল্লীৰ পৰা কলকাতা পৰ্যন্ত কেন্দ্ৰীয় চৰকাৰৰ ওপৰত আক্ৰমণ মমতাৰ তৃণমূল কংগ্ৰেছৰ (Trinamool Congress)। সংসদত প্ৰতিবাদ সাংসদ সকলৰ। পশ্চিম বংগত প্ৰতিবাদত বহিব মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী। ‘গণতন্ত্ৰ বচাওক’ আৰু কেন্দ্ৰৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে দিল্লীৰ পৰা কলকাতালৈকে কেন্দ্ৰীয় চৰকাৰৰ ওপৰত …

Rakesh Paul : ৬ বছৰ ৪ মাহ পিছত মুকলি আকাশৰ তললৈ আহিল ৰাকেশ পাল

গুৱাহাটী : দীর্ঘদিন ধৰি কাৰাবন্দী হৈ থকা ৰাকেশ পাল (Rakesh Paul) অৱশেষত কাৰাগাৰৰ পৰা ওলাল। ৬ বছৰ ৪ মাহ পিছত মুকলি আকাশৰ তললৈ আহিল ৰাকেশ পাল। অসম লোকসভা আয়োগ পৰীক্ষাৰ কেলেংকাৰীৰ মূল অভিযুক্ত ৰাকেশ পাল। আটাইকেইটা গোচৰত জামিন লাভ কৰিলে …

Raging : পুনৰ ৰাজ্যৰ এখন শিক্ষানুষ্ঠানত সংঘটিত হৈছে ৰেগিং কাণ্ড

গোৱালপাৰা : পুনৰ ৰেগিং (Raging) কাণ্ড। পুনৰ ৰাজ্যৰ এখন শিক্ষানুষ্ঠানত সংঘটিত হৈছে ৰেগিং কাণ্ড। জ্যেষ্ঠ ছাত্ৰৰ আক্ৰমণত আহত কেইবাজনো কনিষ্ঠ ছাত্ৰ। দেওবাৰে সংঘটিত হৈছে এই ৰেগিং কাণ্ড। পুনৰ এক ৰেগিং কাণ্ডই জোকাৰি গৈছে ৰাজ্য। ৰেগিংৰ নামৰ জ্যেষ্ঠ ছাত্ৰৰ আক্ৰমণত আহত …

USTM : শৈক্ষিক সহযোগিতা আৰু বিনিময়ৰ বাবে ইউ এছ টি এমৰ সৈতে ৫০ খনৰো অধিক বিশ্ববিদ্যালয়ৰ চুক্তি স্বাক্ষৰিত

খানাপাৰা : ইউনিভাৰ্ছিতি অব চায়েন্স এণ্ড টেকনলজি মেঘালয়  (USTM)ৰ কেন্দ্ৰীয় প্ৰেক্ষাগৃহত এক ঐতিহাসিক মুহূৰ্তৰ সৃষ্টি হয় যেতিয়া বিশ্ববিদ্যালয়খনে শৈক্ষিক সহযোগিতা আৰু বিনিময়ৰ বাবে দেশ-বিদেশৰ ৫০ খনৰো অধিক বিশ্ববিদ্যালয়ৰ সৈতে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে। বিশ্ববিদ্যালয়সমূহে শৈক্ষিক সহযোগিতা আৰু বিনিময়ৰ বাবে ইউ …