Gouripur Accident : গৌৰীপুৰৰ ভয়ংকৰ পথ দুৰ্ঘটনাৰ নিহত সংখ্যা বৃদ্ধি

ধুবুৰী : গৌৰীপুৰৰ ভয়ংকৰ পথ দুৰ্ঘটনাৰ (Gauripur Accident) নিহত সংখ্যা বৃদ্ধি। দুর্ঘটনাত আহত আন এজন যুৱকৰ মৃত্যু ঘটে কোচবিহাৰৰ হাস্পতালত। সৰস্বতী পূজাৰ দিনা সংঘটিত হৈছিল পথ দুর্ঘটনা। থিতাতে নিহত হৈছিল দুগৰাকী ছাত্ৰী। সৰস্বতী পূজাৰ দিনাই ধুবুৰী জিলাৰ গৌৰীপুৰত সংঘটিত হৈছিল …

Saraswati Puja : গণৰাজ্য দিৱসৰ লগতে ৰাজ্যজুৰি সৰস্বতী পূজাৰ ব্যাপক আয়োজন

গুৱাহাটী : গণৰাজ্য দিৱসৰ লগতে আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতীৰ পূজা (Saraswati Puja)। শিক্ষানুষ্ঠান সমূহত দেখা গ’ল উখল-মাখল পৰিৱেশ। শিক্ষানুষ্ঠান সমূহত উপস্থিত থাকি বিদ্যাৰ দেৱীৰ আশীষ ললে ছাত্ৰ-ছাত্ৰী সকলে। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে মহানগৰী গুৱাহাটীত গণৰাজ্য দিৱসৰ লগতে বিদ্যাৰ অধিষ্ঠাত্ৰী …

Ahmadiya Muslim Jamat : আহমদীয়া মুছলিম জামাতৰ ফালৰ পৰা গণতন্ত্ৰ দিৱসৰ শুভেচ্ছা

নিউজ ডেস্ক : আহমদীয়া মুছলিম জামাত (Ahmadiya Muslim Jamat) ভাৰতবৰ্ষৰ তৰফৰ পৰা সমূহ দেশবাসীক গণতন্ত্ৰ দিৱসৰ আন্তৰিক শুভেচ্ছা জনোৱাৰ লগতে কয় যে ২৬ জানুৱাৰীৰ এই ঐতিহাসিক দিন ভাৰতবৰ্ষৰ উন্নতিৰ ভিত্তি স্থাপন কৰে। আজিৰ পৰা ৭৪ বছৰ আগতে ভাৰত স্বাধীন হোৱাৰ …

New Cafe : ভৰলুমুখত ফেট টাইগৰৰ এক্সক্লুশ্বিভ কিউ এছ আৰ কেফে মুকলি

গুৱাহাটী : দিল্লীৰ ফেট টাইগাৰ ইণ্ডিয়া নামৰ ব্ৰেণ্ডটোৱে অলপতে গুৱাহাটীৰ এ টি ৰোডৰ ভৰালুমুখত ইয়াৰ এক্সক্লুশ্বিভ কিউ এছ আৰ কেফে (New Cafe) মুকলি কৰে। উদ্যমী মহিলা ৰিংকী কলিতাৰ উপস্থিতিত এ এম টেলিভিছনৰ সঞ্চালক ড° আকশাতা নাৰেইনে এই বিশেষ কেফে উদ্বোধন …

Pathan : বিতৰ্কৰ মাজতে চাৰিওফালে বলিউডৰ কিং খানৰ ধুমুহা

নিউজ ডেস্ক : অৱশেষত মুক্তি লাভ কৰিলে শ্বাহৰুখ খানৰ পাঠান (Pathan)। বিতৰ্কৰ মাজতে চাৰিওফালে কিং খানৰ ধুমুহা। দেশজুৰি পাঠানে লাভ কৰিলে অভুতপূৰ্ব সঁহাৰি। পাঠান উপভোগ কৰিবলৈ অহা লোকৰ দীঘলীয়া শাৰী ছবিগৃহ সমূহৰ সন্মুখত। বিগত কিছুদিন ধৰি দেশজুৰি চৰ্চিত হৈ আছিল …

Enfield Bike : ৪ এচেছ এনফিল্ড ৰিটেইল প্ৰাইভেট লিমিটেডত নতুন চুপাৰ মেটিঅ’ৰ ৬৫০ মুকলি

গুৱাহাটী : গুৱাহাটীৰ দূৰদৰ্শন কেন্দ্ৰৰ বিপৰীত দিশত থকা ৪ এচেছ এনফিল্ড ৰিটেইল প্ৰাইভেট লিমিটেডৰ আয় জয় টাৱাৰত নতুন চুপাৰ মেটিঅ’ৰ ৬৫০ মুকলি কৰে (Enfield Bike)। উদ্বোধনী অনুষ্ঠানত সঞ্চালক চিৰাগ গুপ্তা, প্ৰীতম নাথ, চেলছ মেনেজাৰ অভিজিত দাসৰ লগতে অন্যান্য গণ্যমান্য ব্যক্তিসকল …

Puppet Show : আজাদি কা অমৃত মহোৎসৱত বিনীতা দেৱীৰ পুতলা নাট “বিষ্ণু ৰাভা”

গুৱাহাটী : আজাদি কা অমৃত মহোৎসৱত বিনীতা দেৱীৰ পুতলা নাট (Puppet Show) “বিষ্ণু ৰাভা”। চান্দমাৰীস্থিত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত কেন্দ্ৰীয় যোগাযোগ ব্যুৰো, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, ভাৰত চৰকাৰৰ অধীনত ১৮ জানুৱাৰীৰ পৰা ২২ জানুৱাৰীলৈ আজাদি কা অমৃত মহোৎসৱ অনুষ্ঠিত হৈ …

Ladies Club : মহিলাসকলক আত্মনির্ভৰশীল কৰাৰ বাবে নব্যা লেডিজ ক্লাব গঠন

গুৱাহাটী : যুৱতী আৰু মহিলাৰ সৰ্বাংগীণ উন্নয়ন তথা তেওঁলোকক আত্মনির্ভশীল কৰাৰ লক্ষ্যৰে নব্যা লেডিজ ক্লাব (Ladies Club) গঠন কৰা হয়। অনুষ্ঠানটোত প্রখ্যাত লেখিকা মণিকুন্তলা ভট্টাচার্য মুখ্য অতিথি হিচাপে উপস্থিত থাকে। ছিলা লাগে কৰ্ণৰ ৰাজ্যপাল সীমা গোয়েঙ্কাই বিশেষ অতিথি হিচাপে অনুষ্ঠানটোত …

Ganja Seized : পুনৰ ট্ৰাকৰ গোপন চেম্বাৰৰ পৰা জব্দ কোটি টকা মূল্যৰ গাঞ্জা

গুৱাহাটী : মহানগৰ আৰক্ষীয়ে পুনৰ জব্দ কৰিলে বৃহৎ পৰিমাণৰ গাঞ্জা। পুনৰ এখন ট্ৰাকৰ গোপন চেম্বাৰৰ পৰা আৰক্ষীয়ে জব্দ কৰিলে কোটি টকা মূল্যৰ গাঞ্জা (Ganja Seized)। গোপন খবৰৰ ভিত্তিত চলিছিল আৰক্ষীৰ অভিযান। এই বৃহৎ পৰিমাণৰ গাঞ্জাসহ আৰক্ষী জালত দুজন গাঞ্জা সৰবৰাহকাৰী। …

Governor : অসম আৰু নাগালেণ্ডৰ ৰাজ্যপালে গুৱাহাটীত পিএইচডিচিচিআইৰ দ্বিতীয় সংস্কৰণ মোমেন্টাম নৰ্থইষ্ট উদ্বোধন কৰে

গুৱাহাটী : পি.এইচ.ডি. চেম্বাৰ অফ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰীয়ে (পি.এইচ.ডি.চি.চি.আই.) খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগ মন্ত্ৰালয় (এম.ও.এফ.পি.আই.) আৰু ডাক বিভাগৰ সমৰ্থনত গুৱাহাটীত মোমেন্টাম নৰ্থ ইষ্ট তিনিদিনীয়া এক অনুষ্ঠান আয়োজন কৰিছে। যি হৈছে বিভিন্ন অংশীদাৰসকলৰ বাবে নেটৱৰ্ক, অংশীদাৰীত্ব গঢ়ি তোলা, ধাৰণা বিনিময় কৰা আৰু …