MLA Watching Porn : বিজেপি দলৰ বিধায়ৰ নিৰ্লজ্জ কাণ্ড বন্দী হ’ল কেমেৰাত
নিউজ ডেস্ক : বিজেপি দলৰ বিধায়কৰ নিৰ্লজ্জ কাণ্ড। বিজেপি দলৰ বিধায়ৰ নিৰ্লজ্জ কাণ্ড বন্দী হ’ল কেমেৰাত। বিধানসভাৰ ভিতৰত মোবাইলত অশ্লীল ভিডিঅ’ চাই আছিল বিজেপিৰ বিধায়ক (MLA Watching Porn)। বিজেপি বিধায়কজনৰ এই নিৰ্লজ্জ কাণ্ড বন্দী হ’ল মোবাইল কেমেৰাত। এজন জনপ্ৰতিনিধিৰ নিৰ্লজ্জ …