TET Teacher : টেট শিক্ষকৰ চাকৰিৰ পৰা নিলম্বন ভিক্টৰ দাসক (Victor Das)
গুৱাহাটী : জামিন লাভ কৰি মুকলি আকাশৰ তললৈ অহাৰ পিছতে চাকৰিৰ পৰা নিলম্বন ভিক্টৰ দাসক। টেট শিক্ষকৰ (TET Teacher) চাকৰিৰ পৰা নিলম্বন ভিক্টৰ দাসক। শিক্ষা সঞ্চালকালয়ে টেট শিক্ষকৰ চাকৰিৰ পৰা নিলম্বন কৰে ভিক্টৰ দাসক। শেহতীয়াকৈ পৰীক্ষা অনুষ্ঠিত হৈ যোৱা অসম …