শিৱসাগৰত উৎসাত জুৱা খেলৰ ঘাটি

আমিনুৰ ৰহমানৰ সহযোগত ‌‌প্ৰীতী পাৰিক শিৱসাগৰ : শিৱসাগৰত উৎসাত জুৱা খেলৰ ঘাটি। শিৱসাগৰ আৰক্ষীয়ে উৎসাত কৰে জুৱা খেলৰ বৃহৎ ঘাটি। শিৱসাগৰ নগৰৰ সমীপত ৰাজৰশ্মি ধাবাৰ সন্মুখৰ এটা ঘৰত জুৱাৰ ঘাটি উৎসাত কৰি দুজন জুৱাৰীক আটক কৰে আৰক্ষীয়ে। শিৱসাগৰ নগৰত আৰক্ষীয়ে …

নিৰাশ হ’লেও আমি হতাশ হোৱা নাই : ভূপেন কুমাৰ বৰা

গুৱাহাটী : পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ লগতে মাজুলীৰ উপ-নিৰ্বাচনৰ ফলাফলৰ পিছত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ প্ৰতিক্ৰিয়া। ৰাইজৰ ৰায় আমি নতশিৰে মানি লৈছোঁ বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন কুমাৰ বৰাই কয় “নিৰাশ হ’লেও আমি হতাশ হোৱা …

মাজুলী বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ ফলাফল ঘোষণা

গুৱাহাটী : বৃহস্পতিবাৰে ৯৯ নং মাজুলী (অ জ) বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হয়। মাজুলীৰ উপায়ুক্তৰ কাৰ্যালয়ত স্থাপন কৰা ভোট গণনা কেন্দ্ৰত পুৱা ৮ বজাৰ পৰা সম্পূৰ্ণ নিৰাপত্তা ব্যৱস্থাৰ মাজত ভোট গণনা আৰম্ভ কৰা হয়। গণনাৰ অন্তত আনুষ্ঠানিকভাৱে ফলাফল …

যোৰাবাট আৰক্ষীয়ে পুনৰ জব্দ কৰিলে গৰু ভৰ্তি ট্ৰাক

যোৰাবাট : যোৰাবাটত পুনৰ জব্দ দুখন গৰু ভৰ্তি ট্ৰাক। ট্ৰাক দুখনৰ পৰা উদ্ধাৰ ৪০ টাকৈ গৰু। গৰু কেইটা মেঘালয়লৈ নিয়াৰ পথত যোৰাবাট আৰক্ষীয়ে জব্দ কৰে গৰু ভৰ্তি ট্ৰাক দুখন। গৰু ভৰ্তি ট্ৰাক দুখন জব্দ কৰাৰ লগতে তিনিজনকৈ লোকক গ্ৰেপ্তাৰ কৰে …

ৰেডক্লিফ লেবে গুৱাহাটীত উপগ্ৰহ পৰীক্ষাগাৰ মুকলি কৰে

গুৱাহাটী : আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ভাৰতৰ ৰেডক্লিফ লাইফটেকৰ এটা গোট ৰেডক্লিফ লেবে শেহতীয়াকৈ গুৱাহাটীত এটা উপগ্ৰহ পৰীক্ষাগাৰ মুকলি কৰিছে। নতুন সুবিধাটো প্ৰতিদিনে ১০০০ স্বাস্থ্য পেকেজৰ সৈতে ৫০০+ তকৈ অধিক পৰীক্ষা ৰখাৰ বাবে সুসজ্জিত আৰু অন্যান্য পৰীক্ষাবোৰ নয়ডাৰ কোম্পানীৰ ৰাষ্ট্ৰীয় প্ৰসংগ …

বিহালীত বনৰীয় হাতীয়ে লণ্ডভণ্ড কৰিলে কেইবাখনো ঘৰ

জোনমণি বেগম বিশ্বনাথ : বিশ্বনাথৰ বিহালীত বনৰীয়া হাতীৰ সন্ত্ৰাস। নিশা বিহালীত বনৰীয়া হাতীয়ে লণ্ডভণ্ড কৰিলে কেইবাখনো ঘৰ। কথমপি প্ৰাণ ৰক্ষা পৰিলে দুটাকৈ পৰিয়ালৰ লোকৰ। খাদ্যৰ সন্ধানত বনাঞ্চলৰ ওলাই আহি জনাঞ্চলত প্ৰৱেশ কৰি সন্ত্ৰাস চলায় বনৰীয়া হাতীয়ে। বিশ্বনাথ জিলাৰ বিহালীত বনৰীয়া …

ফাঁচী বজাৰৰ এৰো ষ্টাৰত চনী লাউঞ্জ ৱেয়াৰ মুকলি

গুৱাহাটী : ফাঁচী বজাৰৰ এৰো ষ্টাৰত চনী লাউঞ্জ ৱেয়াৰ মুকলি।অসমকে ধৰি দ্ৰুত গতিত বিকশিত উত্তৰ-পূৰ্বাঞ্চলৰ গ্ৰাহকসকলৰ প্ৰয়োজনীয়তা পূৰণৰ লক্ষ্যৰে গুৱাহাটীত চনী লাউঞ্জ ৱেয়াৰ উদ্বোধন কৰা হয়। ফাঁচী বজাৰৰ হেম বৰুৱা ৰোডৰ এৰো ষ্টাৰ মাৰ্কেটত চনি লাউঞ্জ ৱেয়াৰ উদ্বোধন কৰে বডী …

উত্তৰ গুৱাহাটীৰ ৩ টা ৱাৰ্ডত বিজেপি প্ৰাৰ্থীৰ জয়লাভ

অমিনগাঁও : উত্তৰ গুৱাহাটী আৰু পলাশবাৰী পৌৰসভা নিৰ্বাচনৰ ফলাফল ঘোষণা। উত্তৰ গুৱাহাটীৰ ৩ টা ৱাৰ্ডত বিজেপি প্ৰাৰ্থীৰ জয়লাভ। পলাশবাৰীৰ ৭ টা ৱাৰ্ডত বিজেপি প্ৰাৰ্থী, ২ টা ৱাৰ্ডত এজেপি আৰু ১ টা ৱাৰ্ডত অগপ প্ৰাৰ্থীৰ জয়লাভ। বুধবাৰে সমগ্ৰ ৰাজ্যৰ লগতে কামৰূপৰ …

কামৰূপত খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ পৰ্যায়ত বঁটাৰ প্ৰৱৰ্তন

কামৰূপত খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ পৰ্যায়ত বঁটাৰ প্ৰৱৰ্তন আমিনগাঁও : কামৰূপৰ স্বাস্থ্য সেৱাৰ বাবে খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ পৰ্য়ায়ত নতুনকৈ এক বঁটা প্ৰদানৰ ব্যৱস্থা হাতত লোৱা হৈছে। স্বাস্থ্য সেৱাৰ ক্ষেত্ৰত দেখুওৱা পাৰদৰ্শিতাৰ বাবে বছৰটোৰ প্ৰতি মাহতে প্ৰদান কৰিবলগীয়া এই বঁটা …

গৰুৰ চোৰাং ব্যৱসায়ৰ লগত জড়িত প্ৰাক্তন গৃহৰক্ষী জোৱান

মানকাচৰ : মানকাচৰৰ ফুলেৰচৰত খাৰুৱাবান্ধা আৰক্ষীৰ অভিযান। নুৰ হুছেইন নামৰ এজন প্ৰাক্তন গৃহৰক্ষী জোৱানক গ্ৰেপ্তাৰ। দুমাহ পূৰ্বে গৃহৰক্ষী জোৱানৰ পদৰ পৰা নিলম্বন কৰা হৈছে নুৰ হুছেইনক। দীর্ঘদিন ধৰি পলাতক অৱস্থাত আছিল প্ৰাক্তন গৃহৰক্ষী জোৱানজন।  গৰুৰ চোৰাং ব্যৱসায়ৰ লগত জড়িত থাকৰ …