মানকাচৰৰ মিৰজুমালা ঈদগাহত ঈদ-উজ-জোহাৰ সমূহীয়া নামাজ
মানকাচৰ : মানকাচৰৰ মিৰজুমালা ঈদগাহত ঈদ-উজ-জোহাৰ সমূহীয়া নামাজ আদায়। ১০ সহস্ৰাধিক লোকে নামাজ আদায় কৰি বিশ্ব শান্তিৰ বাবে আল্লাহৰ ওচৰত দোৱা-প্ৰাৰ্থনা কৰে। ঈদ-উজ-জোহাৰ নামাজ আদায় কৰাৰ পিছতে ঘৰে ঘৰে পশু কোৰবাণী দি কোৰবাণী পৰ্ব সম্পন্ন কৰে। দেওবাৰে ইছলাম ধৰ্মাৱলম্বী লোক …