বানপীড়িত অঞ্চলত পূৰবী ডেইৰীৰ জৰিয়তে এনডিডিবিৰ পশু খাদ্য বিতৰণ
গুৱাহাটী : বানপীড়িত অঞ্চলত পূৰবী ডেইৰীৰ জৰিয়তে এনডিডিবিৰ পশু খাদ্য বিতৰণ। পূৰবী ডেইৰীৰ জৰিয়তে অসমৰ বানপীড়িত অঞ্চলত ১.৫ কোটি টকাৰ পশু খাদ্য বিতৰণ এনডিডিবিৰ। সাম্প্ৰতিক বান পৰিস্থিতিত ক্ষতিগ্ৰস্ত অসমৰ দুগ্ধ পালক সকলক সকাহ দিয়াৰ বাবে আগুৱাই আহিছে গুৱাহাটীস্থিত পূৰবী ডেইৰী। …